Listen to Radha Jai Jamuna by Dikshu

Radha Jai Jamuna

Dikshu

Indian Pop

87 Shazams

Lyrics

ৰাধা যাই যমুনা^2 কাষতে কলচি লৈ জুমি চাই কৃষ্ণ হাততে বাহী লৈ ৰাধাই বোলে তুমি বৰ দুষ্ট গোঁখাই সেহি গুণী কৃষ্ণই মনতে ৰস পাই বাজিলে ঐ বাজিলে, কৃষ্ণৰ বাহী বাজিলে নাছিলে ঐ নাছিলে, ৰাধাই কঁকাল ভাঙিলে সেহি দেখি গোপৰ সখী উধাতু খাই আহিলে চলিলে ঐ সবৰে নাও চলিলে ঐ, অামি ভাই নৌকা বিহাৰ কৰো।। নলবাৰী পলাশবাৰী শিৱসাগৰ জামুগুৰি কতবাৰ বাৰ ৰাসলৈ গলো লুইতৰ বুকুৰে মাজুলীৰ ৰাসতে হঠাতে ৰাধাক দেখিলো বাজিলে ঐ বাজিলে, মনৰ শিঙা বাজিলে নাঁচিলে ঐ নাঁচিলে, ৰাসলীলা নাঁচিলে সৰিলে ঐ সৰিলে, মোৰে মন সৰিলে চলিলে ঐ চলিলে, মোৰে নাওঁ চলিলে।। নিমাতী পাৰ হৈ ফুলনি পালোঁহি ৰাধাৰে ঠিকনা বিচাৰি মাৰ নাওঁত উঠি লৈ, ৰাধাৰে লগত এ দৰিয়াত পালো সঁহাৰি (নৌকা বিহাৰ কৰো অামি ভাই নৌকা বিহাৰ কৰো) অ নিমাতী পাৰ হৈ মাজুলী পালোহি ৰাধাৰে ঠিকনা বিচাৰি মাৰ নাওঁত উঠি লৈ ৰাধাৰে লগত এ দৰিয়াত পালো সঁহাৰি বাজিলে ঐ বাজিলে প্ৰেমৰ বাহী বাজিলে মাৰিলে ঐ মাৰিলে ৰাধাই বঠা মাৰিলে সজালে ঐ সজালে, মোকে কৃষ্ণ সজালে চলিলে ঐ চলিলে আমাৰ নাও চলিলে ৰাধা যাই যমুনা কাষতে কলচী লৈ জুমি চাই কৃষ্ণই হাততে বাহী লৈ ৰাধাই বোলে তুমি বৰ দুষ্ট গোখাঁই সেহি গুণী কৃষ্ণই মনতে ৰস পাই বাজিলে ঐ বাজিলে কৃষ্ণৰ বাহী বাজিলে নাছিলে ঐ নাছিলে ৰাধাই কঁকাল ভাঙিলে সেহি দেখি গোপৰ সখী উধাতু খাই আহিলে চলিলে ঐ চলিলে সবৰে নাও চলিলে বাজিলে ঐ বাজিলে কৃষ্ণৰ বাহী বাজিলে নাছিলে ঐ নাছিলে ৰাধাই কঁকাল ভাঙিলে সেহি দেখি গোপৰ সখী উধাতু খাই আহিলে চলিলে ঐ চলিলে সবৰে নাও চলিলে অ...
Writer(s): Dikshu Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out