album cover
Pakhuri
1,073
Regional Indian
Pakhuri was released on January 9, 2020 by Eahb Records as a part of the album Pakhuri - Single
album cover
Release DateJanuary 9, 2020
LabelEahb Records
Melodicness
Acousticness
Valence
Danceability
Energy
BPM59

Credits

PERFORMING ARTISTS
Zubeen Garg
Zubeen Garg
Lead Vocals
Minakshi Kalita
Minakshi Kalita
Performer
COMPOSITION & LYRICS
Palash Gogoi
Palash Gogoi
Composer
Rrituv Hazarika
Rrituv Hazarika
Songwriter

Lyrics

পাখুৰী মেলিছে মৰমে
দুবাহুৰ সপোন মোৰ বাউলে
জীয়া জীয়া আবেগৰে ঢৌ
উঠিছে হৃদয়ত শুনাচোন তুমি
আছোঁ মই তোমাৰেই হিয়াৰ
প্ৰতিটো উশাহৰ এনাজৰী হৈ
শিৰে শিৰে বিয়োপি
এখিলা পাতৰে মোৰ কবিতা
তুমি তুমি তুমি
অসীম মৰম একাজলি
তুমি তুমি তুমি
এখিলা পাতৰে মোৰ কবিতা
তুমি তুমি তুমি
অসীম মৰম একাজলি
তুমি তুমি তুমি
লাহে লাহে জাগি উঠা মোৰ আলফুলিয়া
হেপাহে তুমাকে আজৰে
সুৰে সুৰে বৈ ধুণ ধুনীয়া
লাহি যেন বুকুতে বাজে
উপহাৰ মোৰে প্ৰাণৰ
দিয়া তুমি অবিশাৰ মৰম আজি
কলিজাতে শুব নি
এখিলা পাতৰে মোৰ কবিতা
তুমি তুমি তুমি
অসীম মৰম একাজলি
তুমি তুমি তুমি
দুলে দূলে হিয়াৰ সজাৰ পখী মোৰ
আলাসতে নাচি উঠে
মতলীয়া হিহৰণও যে তুলবুলিয়া
উম দিলে আহি মৰমে
যুগে যুগে তুমাৰে অধীন
আশা মোৰ তুমাতেই হিমাবিহিন
তুমিয়েই ৰাগিনি
এখিলা পাতৰে মোৰ কবিতা
তুমি তুমি তুমি
অসীম মৰম একাজলি
তুমি তুমি তুমি
এখিলা পাতৰে মোৰ কবিতা
তুমি তুমি তুমি
অসীম মৰম একাজলি
তুমি তুমি তুমি
Written by: Palash Gogoi, Rrituv Hazarika
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...