音樂影片

JOI - Tejimola
觀看 {artistName} 的 {trackName} 音樂影片

收錄於

積分

出演艺人
Joi Barua
Joi Barua
表演者
作曲和作词
Joi Barua
Joi Barua
作曲
Ibson Lal Baruah
Ibson Lal Baruah
作词
制作和工程
Joi Barua
Joi Barua
制作人
Manas Chowdhary
Manas Chowdhary
制作人
Pawan rasaily
Pawan rasaily
制作人

歌詞

লাহে লাহে বাঢ়ে হেঁপাহ মনৰ কলি মেলি ফুলে এপাহ উৰি উৰি গোটায় খেৰ-কুটা পক্ষীয়ে সাজে এটি বাহ লিখি লিখি বহীৰ পাতত উত্তৰ জীৱন গঢ়াৰ সেয়ে নেকি সফলতা কোৱা কোৱানা কোৱানা কোৱানা খোজে খোজে বাধা বাধা ভাঙি আহা চুমা সপোনৰ সীমনা যদি আছে আশা যদি আছে ভাষা চিঞৰি জগতক জনোৱা এটি শ্ৰেণী কোঠা জীৱন নামৰ প্ৰতি ভুলে শিকায় য'ত সৰু সৰু আশা আকুল প্ৰাণৰ তাৰ বাবে সময় তাকৰ লিখি লিখি বহীৰ পাতত উত্তৰ জীৱন গঢ়াৰ সেয়ে নেকি সফলতা কোৱা কোৱানা কোৱানা কোৱানা খোজে খোজে বাধা বাধা ভাঙি আহা চুমা সপোনৰ সীমনা যদি আছে আশা যদি আছে ভাষা চিঞৰি জগতক জনোৱা জানো জানো সময় নাহে দুনাই শিল হওঁ কাৰোবালৈ বাটে চায় অনুভূতি তলানলা বিচাৰি আঁত বিচাৰি পাগল উশাহ পাগল বুকু পাগল বতাহ কোৱানা কোৱানা কোৱানা কোৱানা কোৱানা
Writer(s): Joi Barua Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out