Vídeo musical

Bishrut Saikia - Upohar (Official Music Video)
Mira el vídeo musical de {trackName} de {artistName}

Presentada en

Créditos

PERFORMING ARTISTS
Bishrut Saikia
Bishrut Saikia
Performer
COMPOSITION & LYRICS
Bishrut Saikia
Bishrut Saikia
Composer

Letras

বুকুৰে মাজতে তুমি মন মোৰ দিঠকত তুমি বহু দূৰ নিজৰাৰ দৰে তুমি আছা বৈ সিৰে সিৰে মোৰ ৰক্ত হৈ একা বেঁকা জীৱন পথত সান্তনা তুমি মনৰ ৰ'দালি আহে ডাৱৰ ফালি বৰষাৰ শেষত সেয়া তুমি নেকি? তুমি মোৰ সেই কাহিনী আনে ফুৰে যি বিচাৰি দুচকু মেলি দুই ওঁঠৰে হাঁহিটি চাওঁ থমকি সকলো পাহৰি স্মৃতি প্ৰতাপী সমলয় অনুভূতিৰ মানুহে ইয়াকেই প্ৰেম বোলে নেকি? কাষতে তোমাৰ ৰ'ম ছাঁয়া হৈ পৰিব নিদিওঁ ভাঙি সময়ৰ পাতত ল'বা লিখি মোৰ এই মৰম তোমাৰ বুলি তুমি যেন উপহাৰ এটি সুবাসে তোমাৰ সাৱটি যায় অনুৰাগৰ দুবাহু জো্ৰাই খোজতে তোমাৰ চুলি নাচি যায় নাচোনে আহি ৰিঙিয়াই কাষে কাষে খোজ মিলাই হৃদয় নাচি, নাচি নাচি যায় আজি যতে থাকোঁ জীয়াই মৰো তোমাতে সদায় শীতল দুই ওঁঠৰ স্মৃতি সোঁৱৰাই পৰশৰ পিয়াসী হুমুনিয়াহে কৈ যায় "পূৰ্ণতাৰে আৱৰাৰ দৰে তুমিও যে মোক কিমান ভাল পোৱা" দুচকুতে দুচকু থলে লাজে চকু ঢাকি যায় কেতিয়াবা তোমাক কন্দুৱাও যদি ক্ষমা কৰি দিবা তুমি তুমি যেন উপহাৰ এটি
Writer(s): Bishrut Saikia Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out