Vídeo musical

Moi Tumar - Tanmoy Saikia & Dhruba Basumatary | Kavyashree Gogoi | Premor Pakghor (Official Release)
Mira el vídeo musical de {trackName} de {artistName}

Presentada en

Créditos

PERFORMING ARTISTS
Tanmoy Saikia
Tanmoy Saikia
Performer
Dhruba Basumatary
Dhruba Basumatary
Performer
COMPOSITION & LYRICS
Tanmoy Saikia
Tanmoy Saikia
Lyrics
Dhruba Basumatary
Dhruba Basumatary
Arranger

Letras

উন্মনা মোৰ হৃদয়ত ৰামধেনু হৈ আহা সাটোৰঙী ৰঙেৰে বুকুতে বিয়পা অভিমানী ডাৱৰে কিনো কয় গোপনে তুমিও শুনা না নীৰৱে বহেমীয়া মনতে স্মৃতি বোৰ সাঁচিছো আঁকোৱালি লোৱা না চৌপাশে প্ৰহেলিকা হৈ মোৰে কাষলৈ আহানা এবাৰ খোঁজে খোঁজে থাকিব মৰম উশাহ নামিছে বুকু কঁপিছে তোমাকে দেখি দুটি নয়নৰ কি যে সোঁৱৰণ তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় একাজলী সপোনে তোমাৰে নাম চিঞৰে তোমাৰ সমান হব কোন তুমি জানো বুজানে অবুজন হিয়াতে তোমাৰেই কাহিনী ভালপাওঁ বুলি এবাৰ কোৱানা হবানে সাৰথি সপোনৰে সুৰভি হাততে হাত ধৰি চোৱানা সপোনতো দিঠকতো তুমি তুমিয়েই জানা হেজাৰৰে মাজতে মই তোমাকে বাছিম চাবা সপোনতো দিঠকতো তুমি তুমিয়েই জানা হেজাৰৰে মাজতে মই তোমাকে বাছিম চাবা তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় মোৰ শেষ উশাহ তোমাতেই লিন সদায় জনমে জনমে তুমি জীৱনে মৰণে তুমি সাঁচি ৰখা মোৰে পূৰ্ণিমা উশাহে নিশাহে তুমি আকাশে বতাহে তুমি তুমিয়েই আছা জনমে জনমে তুমি জীৱনে মৰণে তুমি সাঁচি ৰখা মোৰে কবিতা উশাহে নিশাহে তুমি আকাশে বতাহে তুমি তুমিয়েই আছা
Writer(s): Dhruba Basumatary Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out