Vídeo musical

Vídeo musical

Créditos

PERFORMING ARTISTS
Inzam Choudhury
Inzam Choudhury
Vocals
Pujashree Bora
Pujashree Bora
Vocals
Hridoy Chandan
Hridoy Chandan
Performer
COMPOSITION & LYRICS
Hridoy Chandan
Hridoy Chandan
Songwriter
PRODUCTION & ENGINEERING
Hridoy Chandan
Hridoy Chandan
Producer
Pinku Das
Pinku Das
Mixing Engineer

Letras

মৰম আকলোৱা
হিয়া উতনুৱা
পাহাৰৰে মই ৰচকি পখিলা
বিছাৰি ফুৰিছোঁ
মনৰে মানুহজন
মাতিবলে মোকে মইনা কলিজা
সকলোকে পাহৰি দিলোঁ তুকে মন
তুক নাপালে হৈ যাব মহাভাৰতৰ ৰণ x2
অৰ্জুনও নহয় মই, কৰ্ণও নহয় মই x2
কলিযুগৰ পাগল প্রেমিক লিখি ল’ মোৰ নাম তই
মই কিন্তু ল’ৰা তু চেনী নহয়,
তোৰ বাবে হলোঁ যে বলিয়া মই x2
তু তুৰে ঐ চেহেৰা ভা' ভালে লাগে
ম’ মৰমৰ সুবাস মূৰ তুইয়ে হবিনে
বু’ বুকুৰে মৰম জান, কাষতে ৰবিনে
হি’ হিয়া উজাৰি মোক মৰম কৰিবিনে
অৰ্জুনও নহয় মই, কৰ্ণও নহয় মই x2
কলিযুগৰ পাগল প্রেমিক লিখি ল’ মোৰ নাম তই
মই কিন্তু ল’ৰা তু চেনী নহয়,
তোৰ বাবে হলোঁ যে বলিয়া মই x2
সপোনতও তুই, দিঠকতও তুই,
আছ হিয়াৰ ভাজতে
মনে মনে, তোৰ কথা কে ভাবোঁ
গোপনে হৃদয়ৰ মাজতে
অৰ্জুনও নহয় মই, কৰ্ণও নহয় মই x2
কলিযুগৰ পাগল প্রেমিক লিখি ল’ মোৰ নাম তই
মই কিন্তু ল’ৰা তু চেনী নহয়,
তোৰ বাবে হলোঁ যে বলিয়া মই x2
Written by: Hridoy Chandan
instagramSharePathic_arrow_out

Loading...