क्रेडिट्स

PERFORMING ARTISTS
Bhupen Hazarika
Bhupen Hazarika
Performer
COMPOSITION & LYRICS
Parvati Prasad Baruva
Parvati Prasad Baruva
Songwriter

गाने

বি.এ পাছ কৰি অহাৰ কিছুদিনৰ পাছত
পাৰ্বতী প্ৰসাদে মোমাইদেৱেক
প্ৰিয়প্ৰসাদ বৰুৱাৰ বাগিচা
সৰুচৰাইত কাম শিকিবলৈ লয়
১৯২৯ চনত তাত থাকোতেই
নৃত্য নাটিকা লখিমী ৰচে
এই লখিমীত গীতেৰে তেঁও
ৰথৰ জয়ধ্বজা উৰুৱাই
তোমাৰ ৰথৰ জয়ধ্বজা
মোৰ শুকুলা ফুলেৰে সজা
তোমাৰ ৰথৰ জয়ধ্বজা
মোৰ শুকুলা ফুলেৰে সজা
তোমাৰ ৰথৰ জয়ধ্বজা
মোৰ শুকুলা ফুলেৰে সজা
তোমাৰ ৰথৰ জয়ধ্বজা
মোৰ শুকুলা ফুলেৰে সজা
বিদায় বাঁহী বাজি
ভাঙিব নেকি আজি
বিদায় বাঁহী বাজি
ভাঙিব নেকি আজি
তোমাৰ জয়ৰ ৰঙত মজা
মোৰ শুকুলা জয়ধ্বজা
তোমাৰ জয়ৰ ৰঙত মজা
মোৰ শুকুলা জয়ধ্বজা
তোমাৰ ৰথৰ জয়ধ্বজা
মোৰ শুকুলা ফুলেৰে সজা
তোমাৰ ৰথৰ জয়ধ্বজা
মোৰ শুকুলা ফুলেৰে সজা
শেষ বাৰিষাৰ দূৰ্বাদলত
থিয় ৰ'ল হিয়া পোন বলত
নীৰবে সকলো সহি
অকলে আহিছে বহি
তোমাৰ ৰথৰ জয়ধ্বজা
মোৰ শুকুলা ফুলেৰে সজা
তোমাৰ ৰথৰ জয়ধ্বজা
মোৰ শুকুলা ফুলেৰে সজা
তোমাৰ ৰথৰ জয়ধ্বজা
মোৰ শুকুলা ফুলেৰে সজা
তোমাৰ ৰথৰ জয়ধ্বজা
মোৰ শুকুলা ফুলেৰে সজা
Written by: Parvati Prasad Baruva
instagramSharePathic_arrow_out

Loading...