album cover
Dhulikona
album cover
Dhulikona è stato pubblicato il 20 giugno 2019 da Zubeen Garg come parte dell'album Kanchanjangha (Original Motion Picture Soundtrack)
20 giugno 2019
EtichettaZubeen Garg
BPM112
Melodicità
Acousticità
Valence
Ballabilità
Energia

Testi

ধূলিকণা
অঘৰী কবিতা
উনমনা
বিচাৰি ঠিকনা
ধূলিকণা
বাউলী কণিকা
উনমনা
চিনাকি পখিলা
ডাকুৱাল বতাহে জুলোঙা যায় জোকাৰি
পাশুৱাল পাহাৰো বগুৱা বাই আওখি
যাযাবৰ পৰশে মহনা পায় সাতুৰি
জীৱনৰ জাহাজে জেতুকা লয় ৰাঙলী
ধূলিকণা
অঘৰী কবিতা
উনমনা
বিচাৰি ঠিকনা
জোনাকৰ নীলা ওঠেৰে
বননিৰ দেহা চুমিলে
নিঠা লাগে দুচকুতে
এটুপাল চেচা নিয়ৰে
জননীৰ হিয়া দহিলে
তৃখা জাগে শিৰে শিৰে
আঘাতৰ নিমাত চিঞৰে
উশাহৰ মিচিল সাবতে
ঘনে ঘনে
ডাকুৱাল বতাহে জুলোঙা যায় জোকাৰি
পাশুৱাল পাহাৰো বগুৱা বাই আওখি
যাযাবৰ পৰশে মহনা পায় সাতুৰি
জীৱনৰ জাহাজে জেতুকা লয় ৰাঙলী
ধূলিকণা
অঘৰী কবিতা
উনমনা
বিচাৰি ঠিকনা
দাৱৰৰ বগা কপাহে
বাৰিষাৰ চোলা পিন্ধিলে
টুপা টুপে ঘাম হৰে
ভাগৰৰ চহা খেতিতে
আঘোণৰ জিয়া ফছলে
থুকা থুকে হাঁহি মাৰে
নিয়তীৰ নিজা নিয়মে
শিহৰণ জগায় তেজতে
বাৰে বাৰে
ডাকুৱাল বতাহে জুলোঙা যায় জোকাৰি
পাশুৱাল পাহাৰো বগুৱা বাই আওখি
যাযাবৰ পৰশে মহনা পায় সাতুৰি
জীৱনৰ জাহাজে জেতুকা লয় ৰাঙলী
ধূলিকণা
বাওলী কণিকা
উনমনা
না না না নানানা
না না না নানানা
নানা নানা না না না নানানানা
নানা নানা না না না নানানানা
Written by: Sasanka Samir, Zubeen Garg
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...