album cover
Biya
album cover
Biya è stato pubblicato il 8 agosto 2022 da Eikhon Axom Hoi Bhai Media come parte dell'album Biya - Single
8 agosto 2022
EtichettaEikhon Axom Hoi Bhai Media
BPM100
Melodicità
Acousticità
Valence
Ballabilità
Energia

Testi

এ-এই, তই জান নে নাজান— ক!
এ-এই, তই মোৰে হয় সঁচাকে' ন!
এ-এই, মোৰ বলিয়া ফাগুনো হ
এ-এই, মোৰ কলিজাতে ৰঙা চিলা হৈ ৰ
নাচাবি, নাচাবি আনলে'
নক'বি, নক'বি আনকে
নিদিবি, নিদিবি মনে-মনে-মনে কৈ
আম-ডালি গাঁথিব, ৰভা-তলী ভৰিব
আয়তীয়ে মোকে দেখি একেলগে জুৰিব
ৰামচন্দ্ৰ আহিছে, ৰভা-তলত বহিছে
তাকে দেখি আমাৰ কইনাই কঁকাল ঘূৰাই নাচিছে
ৰামচন্দ্ৰ আহিছে, ৰভা-তলত বহিছে
তাকে দেখি কইনা-ঘৰত উলাহৰ ঢৌ উঠিছে
অ' মন, পানী তুলিবলৈ, অ' মন, ওলাইছে আয়তী
হৰি মোৰ, ঐ, হাততে কলচী লৈ
অ' মন, চকুতে চকু থৈ, অ' মন, নাচাবি এনেকৈ
হৰি মোৰ, ঐ, নোৱাৰিম থাকিবলৈ
নাচাবি, নাচাবি আনলে'
নক'বি, নক'বি আনকে
নিদিবি, নিদিবি মনে-মনে-মনে কৈ
আম-ডালি গাঁথিব, ৰভা-তলী ভৰিব
আয়তীয়ে মোকে দেখি একেলগে জুৰিব
ৰামচন্দ্ৰ আহিছে, ৰভা-তলত বহিছে
তাকে দেখি আমাৰ কইনাই কঁকাল ঘূৰাই নাচিছে
ৰামচন্দ্ৰ আহিছে, ৰভা-তলত বহিছে
তাকে দেখি কইনা-ঘৰত উলাহৰ ঢৌ উঠিছে
Written by: Achurjya Borpatra
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...