album cover
Aboddho
album cover
Aboddho è stato pubblicato il 12 settembre 2025 da Nekib Musical come parte dell'album Aboddho - Single
12 settembre 2025
EtichettaNekib Musical
BPM117
Melodicità
Acousticità
Valence
Ballabilità
Energia

Testi

যায় চকু যিফালে
পাওঁ তোকে সিফালে
মনলগৰী তই হলি
শুই থকা সপোনে
সাৰ পালে গোপনে
কিনো কথা কৈ দিলি
মোৰ পৰা মোক নিলি আঁতৰাই
লাহে লাহে তোৰ কাষলে
মাধৈ-মালতী সপোনে বগাই
ৰাতি ৰাতি মোৰ বুকুলে
আবদ্ধ আবদ্ধ
আমি যেন আবদ্ধ
মৰম নামৰ পৃথিৱীত
আবদ্ধ আবদ্ধ
আমি যেন আবদ্ধ
মৰম নামৰ পৃথিৱীত
:::Music:::
লাহ দিয়া বেলিটো হল পলাশী
হবৰে হল আকৌ দেখাদেখি
বুকুতে আবেগৰ জ্বালামুখী
বাসনাবোৰ হল অভিলাসী
লাহ দিয়া বেলিটো হল পলাশী
হবৰে হল আকৌ দেখাদেখি
বুকুতে আবেগৰ জ্বালামুখী
বাসনাবোৰ হল অভিলাসী
মোৰ পৰা মোক নিলি আঁতৰাই
লাহে লাহে তোৰ কাষলে
মাধৈ-মালতী সপোনে বগাই
ৰাতি ৰাতি মোৰ বুকুলে
আবদ্ধ আবদ্ধ
আমি যেন আবদ্ধ
মৰম নামৰ পৃথিৱীত
আবদ্ধ আবদ্ধ
আমি যেন আবদ্ধ
মৰম নামৰ পৃথিৱীত
ভালপোৱা বাঢ়িছে ভালপোৱা পাই
ভাবি লাগে ভাল ভাবো সদায়
চৌদিশে বৰষাই ৰং ছটিয়াই
প্ৰেমৰ এহেজাৰ সাধু শুনাই
ভালপোৱা বাঢ়িছে ভালপোৱা পাই
ভাবি লাগে ভাল ভাবো সদায়
চৌদিশে বৰষাই ৰং ছটিয়াই
প্ৰেমৰ এহেজাৰ সাধু শুনাই
মোৰ পৰা মোক নিলি আঁতৰাই
লাহে লাহে তোৰ কাষলে
মাধৈ-মালতী সপোনে বগাই
ৰাতি ৰাতি মোৰ বুকুলে
আবদ্ধ আবদ্ধ
আমি যেন আবদ্ধ
মৰম নামৰ পৃথিৱীত
আবদ্ধ আবদ্ধ
আমি যেন আবদ্ধ
মৰম নামৰ পৃথিৱীত
Written by: Rekibul Hassan
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...