album cover
Maya
2,824
Assamese
Mayaは、アルバム『 』の一部として2018年9月1日にN.K. ProductionによりリリースされましたGolden Collection Of Zubeen, Vol. I
album cover
リリース日2018年9月1日
レーベルN.K. Production
メロディック度
アコースティック度
ヴァランス
ダンサビリティ
エネルギー
BPM99

クレジット

PERFORMING ARTISTS
Zubeen Garg
Zubeen Garg
Performer
COMPOSITION & LYRICS
Zubeen Garg
Zubeen Garg
Composer

歌詞

মায়া
মায়া মাথোঁ মায়া
তুমি জানো সঁচা নে মৰমৰে মায়া?
মায়াভৰা দুচকু লৈ
হিয়াজুৰি আছাহি বৈ
দূৰণিৰে জোনাকী হৈ ৰ'লা কিয়?
মায়া
মায়া মাথোঁ মায়া
তুমি জানো সঁচা নে মৰমৰে মায়া?
সাগৰৰ দৰে গভীৰ তুমি অনা মৰমকে লৈ আছোঁ জীয়াই
দেহে-মনে আছা যদি বাৰে-বাৰে গুচি যোৱা মোক কিয় কন্দুৱাই?
নানিবাঁ সেমেকা ৰাতি
নেলাগে মোক সোঁৱৰণি
মায়া
মায়া মাথোঁ মায়া
তুমি জানো সঁচা নে মৰমৰে মায়া?
মায়াৱিনী সেই ৰাতি আহিছিলোঁ কাষলে' তোমাৰ দুঃখ হ'বলে'
হাঁহি হাঁহি সাৱটিলা অশ্ৰুভৰা অনুভূতিবোৰ মনত গোপনে
মৰমৰ মায়াৱী তৃষা
দিবহি মাথোঁ বেদনা
মায়া
মায়া মাথোঁ মায়া
তুমি জানো সঁচা নে মৰমৰে মায়া?
মায়াভৰা দুচকু লৈ
হিয়াজুৰি আছাহি বৈ
দূৰণিৰে জোনাকী হৈ ৰ'লা কিয়?
মায়া
মায়া মাথোঁ মায়া
তুমি জানো সঁচা নে মৰমৰে মায়া?
মায়া
মায়া মাথোঁ মায়া
মায়া
মায়া মাথোঁ মায়া
Written by: Zubeen Garg
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...