album cover
Silaa
1,719
Assamese
Silaaは、アルバム『{albumName}』の一部として2020年10月18日にDhwani RecordsによりリリースされましたSilaa - Single
album cover
アルバムSilaa - Single
リリース日2020年10月18日
レーベルDhwani Records
メロディック度
アコースティック度
ヴァランス
ダンサビリティ
エネルギー
BPM

歌詞

চিলা-চিলা-চিলা মই
তোৰ আকাশৰে
উৰি উৰি ফুৰোঁ মই
ডাৱৰে পোহৰে
চিলা-চিলা-চিলা মই
তোৰ আকাশৰে
ঘূৰি ঘূৰি ফুৰোঁ মই
মনৰ আশে-পাশে
চিলনীৰ জাক উৰে
ময়ো তাকে খেদি যাওঁ
সূতা কাটি গ'লেও
তোৰেই ঘৰ পাওঁ
চিলা-চিলা-চিলা মই
তোৰ আকাশৰে
উৰি উৰি ফুৰোঁ মই
ডাৱৰে পোহৰে
চিলা-চিলা-চিলা মই
তোৰ আকাশৰে
উৰি উৰি ফুৰোঁ মই
মনৰ আশে-পাশে
বৰষাৰে এই গুণ-গুণ
ৰুণুক-জুনুক সুমধুৰ
উৰিব নোৱাৰোঁ
বৰ কামোৰ (বৰ কামোৰ)
সদায় উৰিবলে' মন যায়
আকাশ ভেদি ভেদি মোৰ
ছিগি হ'লেও পৰিম
আঁচলতে তোৰ (আঁচলতে তোৰ)
চিলনীৰ জাক উৰে
ময়ো তাকে খেদি যাওঁ
সূতা কাটি গ'লেও
তোৰেই ঘৰ পাওঁ
চিলা-চিলা-চিলা মই
তোৰ আকাশৰে
উৰি উৰি ফুৰোঁ মই
মনৰ আশে-পাশে
উখল-মাখল মোৰ সপোন
হাতৰ পাকতে তোৰ
ঘূৰা ঘূৰা লেটাই ঘূৰা
মই আদিম
নাচোনৰে মই পগলা
নাচোনৰে পখিলা
তালে তালে তোৰ ছন্দত
মই নাচিম
চিলনীৰ জাক উৰে
ময়ো তাকে খেদি যাওঁ
সূতা কাটি গ'লেও
তোৰেই ঘৰ পাওঁ
চিলা-চিলা-চিলা মই
তোৰ আকাশৰে
উৰি উৰি ফুৰোঁ মই
ডাৱৰে পোহৰে
Written by: Zubeen Garg
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...