歌詞

অনুভৱী হিয়াত তোমাৰেই শিহৰণ জোনাকী সন্ধিয়াৰ সেমেকা এই মন উজাগৰী নিশাত তোমাৰেই আগমন জোনাকী আকাশত ওমলে এই মন অনুভৱী হিয়াত তোমাৰেই শিহৰণ জোনাকী সন্ধিয়াৰ সেমেকা এই মন উজাগৰী নিশাত তোমাৰেই আগমন জোনাকী আকাশত ওমলে এই মন শৰতৰ প্ৰতিটো সন্ধিয়াত তোমাৰেই নাচোন তোমাৰ হাঁহিতেই জীপাল এহেজাৰ সপোন তুমি শৰতৰ অচিনাকি সুৰ বিয়পি যায় বহুদূৰ-সুদূৰ তোমাৰেই নাচোন এহেজাৰ সপোন তোমাৰেই নাচোন এহেজাৰ সপোন দশোদিশে বিয়পি উভতিবাঁ হিয়াতে থিতাপি ল'বলৈ শুনাচোন ৰোৱাঁ কিছু সময় আছে বহুকথা ক'বলৈ কিছু কথা প্ৰেমৰ ভাষাৰ সাঁচি থোৱা বহু আগৰে পৰা অনুমতি হ'লে তোমাৰ উটি যাব মোৰ মনৰে পৰা শৰতৰ প্ৰতিটো সন্ধিয়াত তোমাৰেই নাচোন তোমাৰ হাঁহিতেই জীপাল এহেজাৰ সপোন অনুভৱী হিয়াত তোমাৰেই শিহৰণ জোনাকী সন্ধিয়াৰ সেমেকা এই মন উজাগৰী নিশাত তোমাৰেই আগমন জোনাকী আকাশত ওমলে এই মন
Writer(s): Karan Das Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out