クレジット

PERFORMING ARTISTS
Mrik
Mrik
Lead Vocals
COMPOSITION & LYRICS
Mukunda Saikia
Mukunda Saikia
Songwriter
PRODUCTION & ENGINEERING
Mrik
Mrik
Producer

歌詞

অনুৰাগ হৈ
বাঢ়ি অহা প্ৰত্যাশাৰ
তুমিয়েতো ঠিকনা
জুৰিটিৰ দৰে
গভীৰতা পালাগৈ
নিৰবধি বোৱানা
নাজানোঁ অভিনয়
শিঁহৰিত আজি মই
সাৰথি আজীৱন তুমি হোৱানা
কঁপি উঠা ওঁঠতে মোৰ
কি তুমি ৰাগ সানিলা।
অনুভৱী হিয়াতে মোৰ নামা হৈ বাৰিষা।
নিশাহৰে উষ্ণতাবোৰ
সামৰিছোঁ বুকুতে মোৰ
উথলি উঠিছে চোৱানা ভালপোৱা।
ৰ'দালিৰে ৰং
জিলিকোৱা আজি মোক
ঢালি দিয়া বাসনা।
আকলুৱা মোক
নিহালিযে তুমি হৈ
সাৱটিনো লোৱানা
নাজানোঁ অভিনয়
শিঁহৰিত ময়ো হয়
সাৰথি আজীৱন তুমি হোৱানা
কঁপি উঠা ওঁঠতে মোৰ
কি তুমি ৰাগ সানিলা।
আলসুৱা হিয়াতে মোৰ নামা হৈ বাৰিষা।
নিশাহৰে উষ্ণতাবোৰ
সামৰিছোঁ বুকুতে মোৰ
উথলি উঠিছে চোৱানা ভালপোৱা।
Written by: Mukunda Saikia
instagramSharePathic_arrow_out

Loading...