album cover
Protidine
album cover
Protidine은(는) {albumName} 앨범에 수록된 곡으로 2013년 12월 30일일에 Times Music에서 발매되었습니다.Rodor Sithi (Original Motion Picture Soundtrack)
BPM120
멜로디에 강한 음악
어쿠스틱 악기 중심
발랑스
춤추기 좋은 음악
에너지

뮤직 비디오

뮤직 비디오

가사

বাংলা ঘৰে থাইকা ৰে দামান বাংলা লেখন লেখে আঁৰ বান্ধে
বাংলা লেখে, লেখে ৰে দামান কান্ধিয়া আস্তি কইছে আঁৰ বান্ধে
কোথায় ৰইলে, দৰদেৰ বাপ-মাও কান্ধিয়া আস্তি কইছে আঁৰ বান্ধে
থাকিমু কুনথি...
প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল
অ' জীৱন, তুমি ৰহণীয়া ৰঙৰে বোল
প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল
অ' জীৱন, তুমি ৰহণীয়া ৰঙৰে বোল
এপাহি হাঁহি, এপাহি দুখ
তাৰেই সজাই তোলোঁ মুখ
প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল
অ' জীৱন, তুমি ৰহণীয়া ৰঙৰে বোল
আকাশে গাতে ল'বৰে মন
সাগৰ-তলিত শুবৰে মন
মনৰ চিলা উৰুৱায় জীৱনে
অ', আকাশে গাতে ল'বৰে মন
সাগৰ-তলিত শুবৰে মন
মনৰ চিলা উৰুৱায় জীৱনে
সোণালী হৈ থাকক তোমাৰে-মোৰে সময়
বুকুৱে-বুকুৱে ৰৈ যায় যেন মধুময়
বাংলা ঘৰে থাইকা ৰে দামান বাংলা লেখন লেখে আঁৰ বান্ধে
বাংলা লেখে, লেখে ৰে দামান কান্ধিয়া আস্তি কইছে আঁৰ বান্ধে
কোথায় ৰইলে, দৰদেৰ বাপ-মাও কান্ধিয়া আস্তি কইছে আঁৰ বান্ধে
থাকিমু কুনথি...
হৃদয় কঁপোৱা গান এটি
পোৱা-নোপোৱাৰ সুৰ এটি
তাতেই হেৰায় ছন্দ মোৰ হয়তোবা
অ', হৃদয় কঁপোৱা গান এটি
পোৱা-নোপোৱাৰ সুৰ এটি
তাতেই হেৰায় ছন্দ মোৰ হয়তোবা
তথাপি সপোনত সপোনৰে দিঠকত
তোমাক আদৰোঁ সেন্দুৰীয়া বাটত
এপাহি ফুল
ৰঙৰে বোল
প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল
অ' জীৱন, তুমি ৰহণীয়া ৰঙৰে বোল
এপাহি হাঁহি, এপাহি দুখ
তাৰেই সজাই তোলোঁ মুখ
বাংলা ঘৰে থাইকা ৰে দামান বাংলা লেখন লেখে আঁৰ বান্ধে
বাংলা লেখে, লেখে ৰে দামান কান্ধিয়া আস্তি কইছে আঁৰ বান্ধে
কোথায় ৰইলে, দৰদেৰ বাপ-মাও কান্ধিয়া আস্তি কইছে আঁৰ বান্ধে
থাকিমু কুনথি...
Written by: Diganta Bharati, Zubeen Garg
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...