Songteksten

ক্লান্ত সময় উন্মুক্ত বতাহ ৰুগ্ন হৃদয় ৰাঙলী আকাশ ক্লান্ত সময় উন্মুক্ত বতাহ ৰুগ্ন হৃদয় ৰাঙলী আকাশ শূন্য বুকুত একাঁজলি উশাহ অস্তগামী সূৰুযৰ ক্ষুদ্ৰ আভাস ক্লান্ত সময় উন্মুক্ত বতাহ ৰুগ্ন হৃদয় ৰাঙলী আকাশ উঁ-উঁ-উঁ-এ-এ-এ Whoa oh-oh-oh-oh-oh না-না-নে-এ-এ-এ কুঁৱলীৰ ফাঁকেৰে অহা এজাক ৰ'দালিৰ মাদকতা পাহৰি হেৰাল অনুভূতি তলসৰা বকুলৰ সুগন্ধিত পদূলিৰ স্মৃতি সুঁৱৰি বিচাৰোঁ সেই গধূলি কিয়নো আহে জীৱনত ধুমুহা কৰি ধ্বংসৰ লীলা আখৰা? কিয়নো আহে জীৱনত ধুমুহা কৰি ধ্বংসৰ লীলা আখৰা? ক্লান্ত সময় উন্মুক্ত বতাহ ৰুগ্ন হৃদয় ৰাঙলী আকাশ হৃদয়ৰ থাপনাত এন্ধাৰৰ গভীৰতা আশাৰে চাকিটিৰ সেমেকা শলিতা দুচকুত ধূসৰিত স্বপ্নৰ বিশালতা প্ৰতি উশাহতে বিষাদৰে যাতনা কিয়নো নামে অমানিশা নুমুৱাই আশাৰে শিখা? কিয়নো নামে অমানিশা নুমুৱাই আশাৰে শিখা? ক্লান্ত সময় উন্মুক্ত বতাহ ৰুগ্ন হৃদয় ৰাঙলী আকাশ
Writer(s): Mrityunjoy Kakati Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out