album cover
album cover
Utwór SLANTHINGS został wydany 24 czerwca 2022 przez Aarxslan jako część albumu Misfits & Magic
24 czerwca 2022
WytwórniaAarxslan
BPM
Melodyjność
Akustyczność
Valence
Taneczność
Energia

Tekst Utworu

মায়াময় চাৱনি তোমাৰ
হিয়াতে তুলিলে জোৱাৰ
নজনাকে' পৰিছোঁ তোমাৰ
প্ৰেমতে বাৰে-বাৰে-বাৰ...
উৰি উৰি পাৰ হয় আকাশ
মন মোৰ আজি উৰণীয়া
পছোৱা ফাগুনী উতলা
I've been keeping it quiet
Taking my time to let you know
But you got all my highs on you
My sober heart can't wait no more
Taking just the patience
Wish you could hear my feelings
Writing songs on my temptation
I say, "Keep going on and on"
মন পগলা কৰি গ'লা
বুজি পালোঁ আজি প্ৰেমৰ তাড়না
নাই ভাগৰা, নাই ভাগৰা
তোমাৰ নামতে ৰচি কবিতা
উলাহে নভৰে মোৰ হিয়া
কিনো যাদু তুমি কৰিলা!
তোমাৰ হাঁহিটি মোৰ নিচা
এৰিব নোৱাৰোঁ মই সঁচা
Now, let's take it back to the time we were 17
I was just a mess falling in love in supersonic speed
I had myself back thinking I'll tell you everything
When we grow up
I'll just show up
I've been keeping it quiet
Taking my time to let you know
But you got all my highs on you
My sober heart can't wait no more
Taking just the patience
Wish you could hear my feelings
Writing songs on my temptation
I say, "Keep going on and on"
মন পগলা কৰি গ'লা
বুজি পালোঁ আজি প্ৰেমৰ তাড়না
নাই ভাগৰা, নাই ভাগৰা
তোমাৰ নামতে ৰচি কবিতা
উলাহে নভৰে মোৰ হিয়া
কিনো যাদু তুমি কৰিলা!
তোমাৰ হাঁহিটি মোৰ নিচা
এৰিব নোৱাৰোঁ মই সঁচা
মন পগলা কৰি গ'লা
বুজি পালোঁ আজি প্ৰেমৰ তাড়না
নাই পাহৰা, নাই পাহৰা
তোমাৰ নামতে ৰচি কবিতা
উলাহে নভৰে মোৰ হিয়া
কিনো যাদু তুমি কৰিলা!
তোমাৰ হাঁহিটি মোৰ নিচা
এৰিব নোৱাৰোঁ মই সঁচা
Written by: Mrityunjoy Kakati, Sannidhya Bhuyan
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...