Letra

ককাল খামুচীয়া গাল গোলপীয়া They say, "Time is money",but Money can't make no time (make no time) Sometimes it's sunny, but Sometimes it don't shine (no, it don't shine) And life is a bitch, but Sometimes it's alright (it's alright) So I'ma let go of Things I can't control ককাল খামুচীয়া গাল গোলপীয়া তুমি কোন সৰগৰ পৰি কজলা চকুৰে পদুমি খোজেৰে নিলাহি মন মোৰ হৰি তুমি কোন সৰগৰ পৰি ভুল কৰিবা যদিহে বুজি মোক নুবুজা আলসুৱা মনৰে ভাষা ভুল কৰিছা যদিহে দেখি মোক নেদেখা নুবুজা কলিজাৰ বেঠা গাঁৱৰে জীয়ৰি থাকিবা আঁতৰি চুলে মাৰিব বিজুলী ককাল খামুচীয়া গাল গোলপীয়া তুমি কোন সৰগৰ পৰি কজলা চকুৰে পদুমি খোজেৰে নিলাহি মন মোৰ হৰি They say, "Time is money",but Money can't make no time (make no time) Sometimes it's sunny, but Sometimes it don't shine (no, it don't shine) And life is a bitch, but Sometimes it's alright (it's alright) So I'ma let go of Things I can't control ককাল খামুচীয়া গাল গোলপীয়া তুমি কোন সৰগৰ পৰি কজলা চকুৰে পদুমি খোজেৰে নিলাহি মন মোৰ হৰি তুমি কোন সৰগৰ পৰি
Writer(s): Emon Boruah Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out