album cover
Sufalia
158
Assamese
Sufalia was released on September 1, 2018 by N.K. Production as a part of the album Golden Collection Of Zubeen, Vol. I
album cover
Release DateSeptember 1, 2018
LabelN.K. Production
Melodicness
Acousticness
Valence
Danceability
Energy
BPM172

Music Video

Music Video

Credits

PERFORMING ARTISTS
Zubeen Garg
Zubeen Garg
Music Director
COMPOSITION & LYRICS
Zubeen Garg
Zubeen Garg
Composer
PRODUCTION & ENGINEERING
NK PRODUCTION
NK PRODUCTION
Producer

Lyrics

ঔ ফুলীয়া গালতে জিলিকা তোৰ
সৰু সেই তিলটোৱে
ৰাতি মোক শুব নিদিয়ে
ঔ ফুলীয়া গালতে জিলিকা তোৰ
সৰু সেই তিলটোৱে
ৰাতি মোক শুব নিদিয়ে
আলফুলীয়া দুহাতৰ টিকটিকিয়া
জেতুকাৰ বোল বোৰে
ৰাতি মোক শুব নিদিয়ে
কি কৰোঁ, কি কৰোঁ
ক'তে মৰোঁ শুকালো খিনালো
কি কৰোঁ, কি কৰোঁ
ক'তে মৰোঁ শুকালো খিনালো
ঔ ফুলীয়া গালতে জিলিকা তোৰ
সৰু সেই তিলটোৱে
ৰাতি মোক শুব নিদিয়ে
আলফুলীয়া দুহাতৰ টিকটিকিয়া
জেতুকাৰ বোল বোৰে
ৰাতি মোক শুব নিদিয়ে
কলডিলিয়াকৈ বান্ধিছিলি খোপা
তাতে চোন সৰগ দেখা পাওঁ
হেৰুৱালো মই চিত মনৰে তৰণী
কাক নো খুলি ভাঙি কওঁ
কলডিলিয়াকৈ বান্ধিছিলি খোপা
তাতে চোন সৰগ দেখা পাওঁ
হেৰুৱালো মই চিত মনৰে তৰণী
কাক নো খুলি ভাঙি কওঁ
কি কৰোঁ, কি কৰোঁ
ক'তে মৰোঁ শুকালো খিনালো
কি কৰোঁ, কি কৰোঁ
ক'তে মৰোঁ শুকালো খিনালো
ঔ ফুলীয়া গালতে জিলিকা তোৰ
সৰু সেই তিলটোৱে
ৰাতি মোক শুব নিদিয়ে
আলফুলীয়া দুহাতৰ টিকটিকিয়া
জেতুকাৰ বোল বোৰে
ৰাতি মোক শুব নিদিয়ে
সৰু দৈয়া জাপি
দুহাতে ঘুৰাই ঘুৰাই
নাচিলি নচুৱালি মোক
হেপাহে হুতাহে ভাগৰি নপৰোঁ
পলুৱাই নিনিমেই তোক
সৰু দৈয়া জাপি
দুহাতে ঘুৰাই ঘুৰাই
নাচিলি নচুৱালি মোক
হেপাহে হুতাহে ভাগৰি নপৰোঁ
পলুৱাই নিনিমেই তোক
কি কৰোঁ, কি কৰোঁ
ক'তে মৰোঁ শুকালো খিনালো
কি কৰোঁ, কি কৰোঁ
ক'তে মৰোঁ শুকালো খিনালো
ঔ ফুলীয়া গালতে জিলিকা তোৰ
সৰু সেই তিলটোৱে
ৰাতি মোক শুব নিদিয়ে
আলফুলীয়া দুহাতৰ টিকটিকিয়া
জেতুকাৰ বোল বোৰে
ৰাতি মোক শুব নিদিয়ে
ঔ ফুলীয়া গালতে জিলিকা তোৰ.
Written by: Zubeen Garg
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...