album cover
Eta Kotha
2,285
Regional Indian
Eta Kotha was released on April 3, 2019 by Dhwani Records as a part of the album Ratnakar (Original Motion Picture Soundtrack) - EP
album cover
Release DateApril 3, 2019
LabelDhwani Records
Melodicness
Acousticness
Valence
Danceability
Energy
BPM150

Credits

PERFORMING ARTISTS
Zubeen Garg
Zubeen Garg
Performer
Harchita Bhattacharya
Harchita Bhattacharya
Performer
COMPOSITION & LYRICS
Zubeen Garg
Zubeen Garg
Composer
Sasanka Samir
Sasanka Samir
Songwriter

Lyrics

এটা কথা কোৱা না
চুই মোক চোৱা না
মই তোমাৰেনো হয় নে নহয়?
এটা কথা কোৱা না
চুই মোক চোৱা না
মই তোমাৰেনো হয় নে নহয়?
পাকু বুলি মাতা না
মাটি নিজক খোধা না
তুমি মোৰেই মুনমু ন জনি হয় নে নহয়?
বুকোৰে আমঠু তুমিয়েই সকলো
নিজকে দেখো তোমাৰে মাজত।
এটা কথা কোৱা না
চুই মোক চোৱা না
মই তোমাৰেনো হয় নে নহয়?
এপাহী সপোনৰ তুমিয়েই আলহী
ৰ'দালী দিঠকৰ তুমিয়েই তুলসী
অ' অ' অ'
তৰালী আকাশৰ তুমিয়েই পুৱতি
শেৱালী মৰমৰ তুমিয়েই ধৰনী
ফুটুকী পখিলী, শোণিতৰ শেৱালী
তোমাতেই আকোঁ হৃদয়ৰ সাগৰ
এটা কথা কোৱা না
চুই মোক চোৱা না
মই তোমাৰেনো হয় নে নহয়?
প্ৰতিটো সময়ৰ তুমিয়েই চিনাকি
দুভৰি দুহাতত তুমিয়েই সহাৰি
অ' অ' অ'
সুখৰো দুখৰো তুমিয়েই লগৰী
সুবাসী দুচকুৰ তুমিয়েই ত'ৰালী
ফুটুকী হৰিণী, তুমিয়েই ধেমালি
তোমাতেই পালো আকাশৰ সাঁথৰ
এটা কথা কোৱা না
চুই মোক চোৱা না
মই তোমাৰেনো হয় নে নহয়?
Written by: Sasanka Samir, Zubeen Garg
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...