album cover
Xuronjona
album cover
Xuronjona was released on March 28, 2020 by Tonmoy Krypton & Sannidhya Bhuyan as a part of the album Xuronjona - Single
March 28, 2020
LabelTonmoy Krypton & Sannidhya Bhuyan
LanguageEnglish
BPM
Melodicness
Acousticness
Valence
Danceability
Energy

Music Video

Music Video

Lyrics

প্ৰতি ক্ষণে-ক্ষণে হিয়া চুমিলা
পলে-অনুপলে মায়া সানিলা
মিঠা মিঠা লগা মৌন আলাপেৰে মন মোৰ কাঢ়ি নিলা
প্ৰতি ক্ষণে-ক্ষণে হিয়া চুমিলা
পলে-অনুপলে মায়া সানিলা
মিঠা মিঠা লগা মৌন আলাপেৰে মন মোৰ কাঢ়ি নিলা
অনুভৱী মন প্ৰেমতে মগন
চকুৰে চাৱনিত হিয়াৰে কাহিনী
বুজিলোঁ সুৰঞ্জনা
অনুভৱী মন প্ৰেমতে মগন
চকুৰে চাৱনিত হিয়াৰে কাহিনী
বুজিলোঁ সুৰঞ্জনা
চকুৰ ভাষা তোমাৰ মৰমসনা
লাহনী মুখনি সৰলমনা
মৰমে বিচৰা হিয়াৰে লগৰী
তুমি মোৰে কল্পনা
চকুৰ ভাষা তোমাৰ মৰমসনা
লাহনী মুখনি সৰলমনা
মৰমে বিচৰা হিয়াৰে লগৰী
তুমি মোৰে কল্পনা
মোৰ কাষৰলে' তুমি আহিলা
মোৰ হৃদয়লে' ব'হাগ আনিলা
মন জুৰ পৰা এটি মৌন গীতে হিয়াৰ দুৱাৰ খুলিলা
মোৰ কাষৰলে' তুমি আহিলা
মোৰ হৃদয়লে' ব'হাগ আনিলা
মন জুৰ পৰা এটি মৌন গীতে হিয়াৰ দুৱাৰ খুলিলা
প্ৰণয়ৰে ক্ষণ মধুৰ লগন
চকুৰে চাৱনিত হিয়াৰে কাহিনী
বুজিলোঁ সুৰঞ্জনা
প্ৰণয়ৰে ক্ষণ মধুৰ লগন
চকুৰে চাৱনিত হিয়াৰে কাহিনী
বুজিলোঁ সুৰঞ্জনা
চকুৰ ভাষা তোমাৰ মৰমসনা
লাহনী মুখনি সৰলমনা
মৰমে বিচৰা হিয়াৰে লগৰী
তুমি মোৰে কল্পনা
চকুৰ ভাষা তোমাৰ মৰমসনা
লাহনী মুখনি সৰলমনা
মৰমে বিচৰা হিয়াৰে লগৰী
তুমি মোৰে কল্পনা
Written by: Rajib Bhuyan, Tonmoy Krypton
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...