Lyrics

ক'লাহি মধুৰ প্ৰেমৰ কাহিনী দিলাহি বুকুতে মৰমৰ বুলনি শুনাহি নোকোৱা সাঁথৰৰ ভাঙনি হ'লাহি জীৱন-বাটৰ লগৰী উশাহে-নিশাহে প্ৰতিটো খোজতে তুমি আছাহি বৈ হিয়াৰে কোণতে প্ৰতিটো ক্ষণতে তুমি থাকাহি ৰৈ উশাহে-নিশাহে প্ৰতিটো খোজতে তুমি আছাহি বৈ হিয়াৰে কোণতে প্ৰতিটো ক্ষণতে তুমি থাকাহি ৰৈ ক'লাহি মধুৰ প্ৰেমৰ কাহিনী দিলাহি বুকুতে মৰমৰ বুলনি ৰ'দালিৰে হেঙুলীয়া কিৰণেৰে পোহৰালা ডাৱৰৰে আঁৰে-আঁৰে লাজে-লাজে হাঁহি দিলা ৰ'দালিৰে হেঙুলীয়া কিৰণেৰে পোহৰালা ডাৱৰৰে আঁৰে-আঁৰে লাজে-লাজে হাঁহি দিলা মুক্ত আকাশ গানৰ সুবাস সুৰে-সুৰে আহি আৱৰিছা স্তব্ধ জোনাক প্ৰেমৰ প্ৰকাশ বাৰে বাৰে তুমি আৱৰিছা মৌনতাৰে বুজালাহি এবুকু মৰম মৌনতাৰে বুজালাহি এবুকু মৰম মৌনতাৰে বুজালাহি এবুকু মৰম
Writer(s): Anupam Konwar, Parineeta Goswami, Prachurjya Talukdar Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out