album cover
Apekhya
29
Dance
Apekhya was released on October 14, 2023 by Kaysee as a part of the album Apekhya - Single
album cover
Release DateOctober 14, 2023
LabelKaysee
Melodicness
Acousticness
Valence
Danceability
Energy
BPM100

Music Video

Music Video

Credits

PERFORMING ARTISTS
Kaysee
Kaysee
Performer
Basshole
Basshole
Performer
COMPOSITION & LYRICS
Kabyashree Bora
Kabyashree Bora
Songwriter
Abinash Handique
Abinash Handique
Songwriter
PRODUCTION & ENGINEERING
Basshole
Basshole
Producer

Lyrics

ৰ'দে পোৰা দিনলিপি সামৰি
প্ৰশান্তি বিছাৰি হাবাথুৰি
তুমি মই অপেক্ষাৰত ডাৱৰ ফালি
এজাক বৰষুণৰ
ডাৱৰ ফালি
এজাক বৰষুণৰ বাবে অপেক্ষাৰত
ডাৱৰ ফালি
এজাক বৰষুণৰ বাবে অপেক্ষাৰত
বৰষাৰে ঠিকনা বিচাৰি
ঘুৰি ফুৰু নগৰ চহৰ বাগৰি
ভাগৰো পাহৰি এই ৰ'দৰ আবেলি
ক'ৰবাত শুনু শব্দ বিজুলীৰ
মেঘৰ ছায়াই ধৰেহি আবৰি
সৰি পৰে প্ৰশান্তি
বুৰাই নিয়ে অশান্তি
বাৰিষাৰ আকাশৰ কিমানযে বৰষুণ
ডাৱৰ ফালি
এজাক বৰষুণৰ বাবে অপেক্ষাৰত
ৰ'দে পোৰা দিনলিপি সামৰি
প্ৰশান্তি বিছাৰি হাবাথুৰি
তুমি মই অপেক্ষাৰত ডাৱৰ ফালি
এজাক বৰষুণৰ
এজাক বৰষুণৰ
যি বৰষুণত সাৰ পাই সেউজীয়াই
প্ৰাণ পাই জীৱনে
জী উঠে আকৌ এবাৰ
নতুনৰ শত আশা
বৰষাৰ বুকুৰে বাগৰি
নিয়ৰসনা পুৱা আহে
কুঁৱলীৰ দলিচা পাৰি
চোতালতে শেৱালিৰ সুবাস বাঢ়ে
তুমি মই সোণালী হোৱাৰ দিন আকৌ আহে
ডাৱৰ ফালি
এজাক বৰষুণৰ বাবে অপেক্ষাৰত
ডাৱৰ ফালি
এজাক বৰষুণৰ বাবে অপেক্ষাৰত
Written by: Abinash Handique, Kabyashree Bora
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...