album cover
Monor Junak
album cover
Monor Junak was released on August 27, 2023 by Eikhon Axom Hoi Bhai Media as a part of the album Monor Junak - Single
August 27, 2023
LabelEikhon Axom Hoi Bhai Media
BPM164
Melodicness
Acousticness
Valence
Danceability
Energy

Music Video

Music Video

Lyrics

ৰহন সনা দুচকুৰে
মায়া জগালা
মৌসনা চাৱনীৰে
মৰম সিচিলা
কাজলী দুচকুৰে
সানে ৰঙীন মায়া
শুৱলা দুওঁঠেৰে
দিয়ে আশাৰ বতৰা
কাজলী দুচকুৰে
সানে ৰঙীন মায়া
শুৱলা দুওঁঠেৰে
দিয়ে আশাৰ বতৰা
জোনাকী পৰুৱা হৈ
ৰৈ থাকিমে তোমালৈ
সুবাসী পখীটি হৈ
উৰি আহিবা মোলে ঐ
জোনাকী পৰুৱা হৈ
ৰৈ থাকিমে তোমালৈ
সুবাসী পখীটি হৈ
উৰি আহিবা মোলে ঐ
ফাগুনী মনৰ আশাৰ
তুমি কিৰণ হোৱানা
হিয়াৰ বাঁহীৰ আবেগ
তুমি সুৰ হোৱানা
কাজলী দুচকুৰে
সানে ৰঙীন মায়া
শুৱলা দুওঁঠেৰে
দিয়ে আশাৰ বতৰা
কাজলী দুচকুৰে
সানে ৰঙীন মায়া
শুৱলা দুওঁঠেৰে
দিয়ে আশাৰ বতৰা
জোনাকী পৰুৱা হৈ
ৰৈ থাকিম তোমালৈ
সুবাসী পখীটি হৈ
উৰি আহিবা মোলে ঐ
জোনাকী পৰুৱা হৈ
ৰৈ থাকিম তোমালৈ
সুবাসী পখীটি হৈ
উৰি আহিবা মোলে ঐ
Written by: Rajnish Saikia, Yuzit Nath
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...