Credits
PERFORMING ARTISTS
Tapan Das
Guitar
COMPOSITION & LYRICS
Pranab Kumar Barman
Songwriter
Bijoy Prakash Medhi
Songwriter
PRODUCTION & ENGINEERING
Nishant P Das
Mastering Engineer
Lyrics
কোৱা না কোৱা
এবাৰ কোৱা
নোকোৱা কথা কোৱা
চোৱা না চোৱা
এবাৰ চোৱা
নোচোৱা চোকুৰে চোৱা
নৈ হোৱা বৈ যোৱা
সোঁতে সোঁতে ভাল পোৱা
উম... উম... উম...
মেঘৰ মাদল বৃষ্টি ভিজা দুপৰ
দিয়ানা দিয়ানা উপহাৰ
নীলা নীলা নদী
নীলা দুখেৰে
বৈ আহে পাৰাপাৰ
হৈ পখীৰ কাকোলি
সোনালী ডেউকা মালি
ঠিকনা বিচাৰি হাহাকাৰ
উৰুঙা হিয়া উৰুৱাই নিয়া
উৰুঙা হিয়া উৰুৱাই নিয়া
বুকুতে লিখিলো কবিতা
ঐনুভুতি মিঠা মিঠা
বালিতে বালিমাহি
গুন গুন গুন গুন
বাগৰি যৱনিকা
ৰামধেনুৰ কনিকা
বুকুতে কিহৰে ধুন
ৰুন জুন জুন জুন
সৌ আকাশ কোৱা
ব্তাহ কৱা
বুকুতে কিহৰ দোলনি
ভালপোৱা ভালপোৱা
কোৱা না কোৱা
এবাৰ কোৱা
নোকোৱা কথা কোৱা
চোৱা না চোৱা
এবাৰ চোৱা
নোচোৱা চোকুৰে চোৱা
নৈ হোৱা বৈ যোৱা
সোঁতে সোঁতে ভাল পোৱা
উম... উম... উম...
Written by: Bijoy Prakash Medhi, Pranab Kumar Barman