album cover
album cover
Prerona was released on August 10, 2021 by Shopolo Digital Pvt. Ltd. as a part of the album Prerona - Single
August 10, 2021
LabelShopolo Digital Pvt. Ltd.
BPM109
Melodicness
Acousticness
Valence
Danceability
Energy

Lyrics

নিশা নমা আৰু পৃথিৱী শোৱাৰ পৰা
তুমি আহি আজি মিঠাকে' সুৰ এটি ধৰা
দিলাহি তুমি
জোনাকী পোহৰে এন্ধাৰক যেনেকৈ নাশে
তোমাৰ পৰশ পালে আৱেগ-বৰষা নামে
সপোনত তুমি
তুমি নহ'লে আজি মোৰ মনে
মনে মনে কিয় উচুপে!
তুমি আহিলে মোৰ কাষলে'
হেৰোৱা প্ৰেৰণাবোৰ জাগে
দিয়াঁনা হেৰোৱা প্ৰেৰণা
লৈ যোৱাঁ মোৰ মনৰ তমসা
তমসা
শুনি যা শাওণৰ বাৰিষা
তাহানিৰ মোৰ এটি ভালপোৱা
কাহিনীও চাগে' পাহৰিলোঁ
পাহৰা নাই মই ঠিকনা
তুমি নহ'লে আজি মোৰ মনে
মনে মনে কিয় উচুপে!
তুমি আহিলে মোৰ কাষলে'
হেৰোৱা প্ৰেৰণাবোৰ জাগে
দিয়াঁনা হেৰোৱা প্ৰেৰণা
লৈ যোৱাঁ মোৰ মনৰ তমসা
তমসা
Written by: Debabrata Gogoi, The Butterfly Effect
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...