album cover
Tumar Ukhahot
2,547
Assamese
Tumar Ukhahot was released on June 9, 2016 by Shopolo Digital as a part of the album Tumar Ukhahot - Single
album cover
Release DateJune 9, 2016
LabelShopolo Digital
Melodicness
Acousticness
Valence
Danceability
Energy
BPM80

Credits

PERFORMING ARTISTS
Neel Akash
Neel Akash
Performer
COMPOSITION & LYRICS
Trion Mahanta
Trion Mahanta
Arranger
Punam Nath
Punam Nath
Lyrics

Lyrics

মনতে আজি মোৰ কিহৰে শিহৰণ জাগে?
এমুঠি সপোনে ক'তে উৰা মাৰে?
তুমিও বহিলাহি মোৰেই কাষতে
কিনো কওঁ আজি মই তোমাক নোকোৱাকে'!
অ', উমলি উভতি আহে
কৌকিৰী উফৰি উঠে
অ', উকা ৰাতিৰো থাকে অলেখ ভাষা
অ', তোমাক দেখি মোৰ জাগে মায়াৱী আশা
তোমাৰ উশাহতে যে মই বিলীন হওঁ
তুমি জানা নে নাজানা?
তোমাৰ সপোনতে যে মই বিলীন হওঁ
তুমি বুজা নে নুবুজা?
একোলা-দুকোলাকৈ বাঢ়ি অহা মৰম
চেনেহী অ', তুমি মোৰে সাঁথৰ
অ', ৰাতি-ৰাতি মোৰে গাৰু শিতানৰ
কোমলকৈ আঙুলিৰ উমাল পৰশ
অ', উমলি উভতি আহে
কৌকিৰী উফৰি উঠে
অ', উকা ৰাতিৰো থাকে অলেখ ভাষা
অ', তোমাক দেখি মোৰ জাগে মায়াৱী আশা
তোমাৰ উশাহতে যে মই বিলীন হওঁ
তুমি জানা নে নাজানা?
তোমাৰ সপোনতে যে মই বিলীন হওঁ
তুমি বুজা নে নুবুজা?
Written by: Punam Nath, Trion Mahanta
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...