Music Video
Music Video
Credits
PERFORMING ARTISTS
Zubeen Garg
Lead Vocals
COMPOSITION & LYRICS
Zubeen Garg
Songwriter
Lyrics
অহ' জুৰ এজাক বতাহে কপালে মোক
নাজানো ক'তেনো হেৰুৱালো গৈ নিজক
বিচাৰি বিচাৰি পালো তোমাৰে মাজত
মইনো কোন কোন মই বুজালা ৷
অহ' শিহৰন কিদৰে জাগে দেহত
সপোন কিদৰে ওমলে বুকুৰ পাৰত
তৃষা মই ভাবনাৰ বই কিহৰেনো সোত
কিয় বাৰু এনে হয় তুমি জনালা ৷
সকলোতে যেন নতুনৰে ৰঙ দুচকুৰে নিলাতে দেখো
কোনোদিনে নোপোৱা এটি ক্ষণ তোমাৰ হাহিৰে মাগো
দুনয়ন সেমেকাই নেদেখা ন'হ'ৱা ৷
অহ' জুৰ এজাক বতাহে কপালে মোক
নাজানো ক'তেনো হেৰুৱালো গৈ নিজক
বিচাৰি বিচাৰি পালো তোমাৰে মাজত
মইনো কোন কোন মই বুজালা ৷
অহ' জান দি গ'ল প্ৰিতিয়ে পাখি মেলি
হিয়াতে মনতে আদৰ তোমালে এৰি
যতনে পালিবৰ মন মেলিছো আজি
হেজাৰ বাহি প্ৰেমৰ শুনালা
শিকিছো গাবলে বজাবলে
সকলো পাহৰি ভিৰতো নাছিবলে
অজাতৰ অভিমান ফালি ছিৰি থ'ব'লে
পৃথিৱী মোৰ এটি নাম মৰম বুলিলা ৷
সকলোতে যেন নতুনৰে ৰঙ দুচকুৰে নিলাতে দেখো
কোনোদিনে নোপোৱা এটি ক্ষণ তোমাৰ হাহিৰে মাগো
দুনয়ন সেমেকাই নেদেখা ন'হ'ৱা ৷
অহ' জুৰ এজাক বতাহে কপালে মোক
নাজানো ক'তেনো হেৰুৱালো গৈ নিজক
বিচাৰি বিচাৰি পালো তোমাৰে মাজত
মইনো কোন কোন মই বুজালা ৷৷
Written by: Diganta Bharati, Jatin Sharma, Zubeen Garg