Müzik Videosu

DUPARAR MUHANAT (দুপৰৰ মোহনাত) - Full Video | Assamese OLD Song | Zubeen Garg | Rumal | RDC Assamese
{artistName} adlı sanatçının {trackName} müzik videosunu izle

Şurada:

Krediler

PERFORMING ARTISTS
Zubeen Garg
Zubeen Garg
Performer
COMPOSITION & LYRICS
Zubeen Garg
Zubeen Garg
Composer
PRODUCTION & ENGINEERING
NK PRODUCTION
NK PRODUCTION
Producer

Şarkı sözleri

দুপৰৰ মোহনাত দেহাটি উতলা ৰুমালেৰে বেলিটো বেৰো চুৰিয়া চোলাযোৰ ঘামতে তিতিলে ভাগৰে লৰালে জিউ ৰ'দ হালিব গধূলি বিহুকে গাম ঢোলৰে মাৰি ঘুৰাই গোবিন্দাই ৰাম হেই... দুপৰৰ মোহনাত দেহাটি উতলা ৰুমালেৰে বেলিটো বেৰো চুৰিয়া চোলাযোৰ ঘামতে তিতিলে ভাগৰে লৰালে জিউ... সোণে বাখৰ,চেনেহী মোৰ আছনে বাত চাই সাজি কাচি লগ পোৱাৰ হেপাহতে উঠিছেনে বুকু নাচি নাচি দুখন কৈ তামোল খোৱাৰে বাট মুনি চুনি বেলি ওলামগৈ তাত মুনি চুনি বেলি ওলামগৈ তাত দুপৰৰ মোহনাত দেহাটি উতলা ৰুমালেৰে বেলিটো বেৰো চুৰিয়া চোলাযোৰ ঘামতে তিতিলে ভাগৰে লৰালে জিউ... বা ৰিব ৰিব বতাহতে সপোন ৰহেদৈ হিয়াত বহে কিনো সুধিম কিনো কবি সেই ভাবনা মনত গজে বেলি যাগৈ যাগৈ যা মোকো লৈ তোৰে মোৰে ঘৰ পশ্চিমলৈ তোৰে মোৰে ঘৰ পশ্চিমলৈ দুপৰৰ মোহনাত দেহাটি উতলা ৰুমালেৰে বেলিটো বেৰো চুৰিয়া চোলাযোৰ ঘামতে তিতিলে ভাগৰে লৰালে জিউ ৰ'দ হালিব গধূলি বিহুকে গাম ঢোলৰে মাৰি ঘুৰাই গোবিন্দাই ৰাম হেই... দুপৰৰ মোহনাত দেহাটি উতলা ৰুমালেৰে বেলিটো বেৰো চুৰিয়া চোলাযোৰ ঘামতে তিতিলে ভাগৰে লৰালে জিউ...
Writer(s): Zubeen Garg Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out