album cover
Morubhumi (From "Ogrogami")
860
Assamese
Morubhumi (From "Ogrogami") adlı parça albümünün bir parçası olarak Eikhon Axom Hoi Bhai Media tarafından 11 Mart 2023 tarihinde yayınlandıMorubhumi (From "Ogrogami") - Single
album cover
Çıkış Tarihi11 Mart 2023
FirmaEikhon Axom Hoi Bhai Media
Melodiklik
Akustiklik
Valence
Dans Edilebilirlik
Enerji
BPM136

Krediler

PERFORMING ARTISTS
Bishrut Saikia
Bishrut Saikia
Performer
COMPOSITION & LYRICS
Bishrut Saikia
Bishrut Saikia
Composer

Şarkı sözleri

নিজৰ কৰাৰ সপোনে
প্ৰেমৰ দিঠক নুবুজায়
হৃদয় ভঙা মৰমে
ঘৃণা কৰা নুবুজায়
অনুভৱ অঘৰী হোৱা
আমাৰ ভাৱনাত
বনজুইৰ দৰে জ্বলা মিছা ধাৰণা
তোষণৰ চুনামিৰ এটুপি নাই আজি
তোষণৰ হিমাদ্ৰীৰ হিমপ্ৰপাত হ'ল আজি
মৰুভূমি হ'ব খোজোঁ
ধুমুহা মোৰ বহু
মৰুদ্যান হৃদয় মোৰ
আনৰ বৰষা নালাগে মোক
বিৰামহীনতাৰে আগুৱাম
সোঁৱৰণি তোৰ মচি যাম
প্ৰেম নিষিদ্ধ আমাৰ
জীৱনৰ ব্যৱহাৰিকতাত
প্ৰত্যাশাৰে ভৰা পৃথক মানসিকতাত
আজীৱন অপেক্ষাৰ হেতু নথকাত
তই আনৰ হোৱাৰ
অনুতাপ দূৰ সীমনাত
বিভৱ পালেও আজি নিজকে হেৰুৱালোঁহি
স্বৰ্ণৰ গৰাকীয়ে স্বৰ্ণ মোৰ নিয়ে কাঢ়ি
মৰুভূমি হ'ব খোজোঁ
ধুমুহা মোৰ বহু
মৰুদ্যান হৃদয় মোৰ
আনৰ বৰষা নালাগে মোক
বিৰামহীনতাৰে আগুৱাম
সোঁৱৰণি তোৰ মচি যাম
অনুগামী হৈ যদি আহোঁ উভতি
খেদি খেদি মৰমৰ প্ৰতিধ্বনি
জানিবি নহ'লো মৰুভূমি
জানিবি নহ'লো মৰুভূমি
Written by: Bishrut Saikia
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...