album cover
Tomoxa
935
Indian Pop
Tomoxa adlı parça albümünün bir parçası olarak Debabrata Gogoi tarafından 23 Mart 2021 tarihinde yayınlandıTomoxa - Single
album cover
Çıkış Tarihi23 Mart 2021
FirmaDebabrata Gogoi
Melodiklik
Akustiklik
Valence
Dans Edilebilirlik
Enerji
BPM109

Müzik Videosu

Müzik Videosu

Krediler

PERFORMING ARTISTS
Debabrata Gogoi
Debabrata Gogoi
Lead Vocals
Sannidhya Bhuyan
Sannidhya Bhuyan
Lead Vocals
Rajnish Saikia
Rajnish Saikia
Sampler
COMPOSITION & LYRICS
Debabrata Gogoi
Debabrata Gogoi
Songwriter
Sannidhya Bhuyan
Sannidhya Bhuyan
Songwriter
Rajnish Saikia
Rajnish Saikia
Songwriter

Şarkı sözleri

আহিবানে নাশিবলে' মনৰে তমসা?
পাৰিবানে আঁতৰাব মনৰে নিৰাশা?
আহিবানে নাশিবলে' মনৰে তমসা?
পাৰিবানে আঁতৰাব মনৰে নিৰাশা?
সাৰদী নিশাৰ যেন তুমি পূৰ্ণিমা
মানৱী নহয় যেন লক্ষী-প্ৰতিমা
সাৰদী নিশাৰ যেন তুমি পূৰ্ণিমা
মানৱী নহয় যেন লক্ষী-প্ৰতিমা
নিজকে দেখাবলৈ
পদূলিৰ মূৰতে আছোঁহি ৰৈ
বাটৰ ফালে আছে তোৰ চকু গৈ
বাকী কথাখিনি ক'বলে' গৈ থৈ
নিজকে দেখাবলৈ
পদূলিৰ মূৰতে আছোঁহি ৰৈ
বাটৰ ফালে আছে তোৰ চকু গৈ
বাকী কথাখিনি ক'বলে' গৈ থৈ
আহিবানে নাশিবলে' মনৰে তমসা?
পাৰিবানে আঁতৰাব মনৰে নিৰাশা?
আহিবানে নাশিবলে' মনৰে তমসা?
পাৰিবানে আঁতৰাব মনৰে নিৰাশা?
সাৰদী নিশাৰ যেন তুমি পূৰ্ণিমা
মানৱী নহয় যেন লক্ষী-প্ৰতিমা
ৰিক্ত জীৱনে মোৰ বিচাৰে বৰষা
মনৰ পথাৰ হওক সেউজে পৰশা
ৰিক্ত জীৱনে মোৰ বিচাৰে বৰষা
মনৰ পথাৰ হওক সেউজে পৰশা
সাৰদী পুৱাৰ যেন তুমি অৰুণিমা
ৰাঙলী আভাৰে ঢকা পুৱাৰ নীলিমা
সাৰদী পুৱাৰ যেন তুমি অৰুণিমা
ৰাঙলী আভাৰে ঢকা পুৱাৰ নীলিমা
গণি গণি গ'ল
এটি-দুটিকৈ তমসা ৰাতি
আজি মাথোঁ স্মৃতি হ'ল
কৰি সেই সময় পাৰ
সোধোঁ আকৌ এবাৰ
আহিবানে নাশিবলে' মনৰে তমসা?
পাৰিবানে আঁতৰাব মনৰে নিৰাশা?
আহিবানে নাশিবলে' মনৰে তমসা?
পাৰিবানে আঁতৰাব মনৰে নিৰাশা?
সাৰদী নিশাৰ যেন তুমি পূৰ্ণিমা
মানৱী নহয় যেন লক্ষী-প্ৰতিমা
Written by: Debabrata Gogoi, Rajnish Saikia, Sannidhya Bhuyan
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...