album cover
Protidine
6.859
Regional Indian
Protidine adlı parça albümünün bir parçası olarak Times Music tarafından 30 Aralık 2013 tarihinde yayınlandıRodor Sithi (Original Motion Picture Soundtrack)
album cover
Çıkış Tarihi30 Aralık 2013
FirmaTimes Music
Melodiklik
Akustiklik
Valence
Dans Edilebilirlik
Enerji
BPM120

Müzik Videosu

Müzik Videosu

Krediler

PERFORMING ARTISTS
Zubeen Garg
Zubeen Garg
Performer
COMPOSITION & LYRICS
Diganta Bharati
Diganta Bharati
Songwriter
Zubeen Garg
Zubeen Garg
Composer
PRODUCTION & ENGINEERING
Zubeen Garg
Zubeen Garg
Producer

Şarkı sözleri

বাংলা ঘৰে থাইকা ৰে দামান বাংলা লেখন লেখে আঁৰ বান্ধে
বাংলা লেখে, লেখে ৰে দামান কান্ধিয়া আস্তি কইছে আঁৰ বান্ধে
কোথায় ৰইলে, দৰদেৰ বাপ-মাও কান্ধিয়া আস্তি কইছে আঁৰ বান্ধে
থাকিমু কুনথি...
প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল
অ' জীৱন, তুমি ৰহণীয়া ৰঙৰে বোল
প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল
অ' জীৱন, তুমি ৰহণীয়া ৰঙৰে বোল
এপাহি হাঁহি, এপাহি দুখ
তাৰেই সজাই তোলোঁ মুখ
প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল
অ' জীৱন, তুমি ৰহণীয়া ৰঙৰে বোল
আকাশে গাতে ল'বৰে মন
সাগৰ-তলিত শুবৰে মন
মনৰ চিলা উৰুৱায় জীৱনে
অ', আকাশে গাতে ল'বৰে মন
সাগৰ-তলিত শুবৰে মন
মনৰ চিলা উৰুৱায় জীৱনে
সোণালী হৈ থাকক তোমাৰে-মোৰে সময়
বুকুৱে-বুকুৱে ৰৈ যায় যেন মধুময়
বাংলা ঘৰে থাইকা ৰে দামান বাংলা লেখন লেখে আঁৰ বান্ধে
বাংলা লেখে, লেখে ৰে দামান কান্ধিয়া আস্তি কইছে আঁৰ বান্ধে
কোথায় ৰইলে, দৰদেৰ বাপ-মাও কান্ধিয়া আস্তি কইছে আঁৰ বান্ধে
থাকিমু কুনথি...
হৃদয় কঁপোৱা গান এটি
পোৱা-নোপোৱাৰ সুৰ এটি
তাতেই হেৰায় ছন্দ মোৰ হয়তোবা
অ', হৃদয় কঁপোৱা গান এটি
পোৱা-নোপোৱাৰ সুৰ এটি
তাতেই হেৰায় ছন্দ মোৰ হয়তোবা
তথাপি সপোনত সপোনৰে দিঠকত
তোমাক আদৰোঁ সেন্দুৰীয়া বাটত
এপাহি ফুল
ৰঙৰে বোল
প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল
অ' জীৱন, তুমি ৰহণীয়া ৰঙৰে বোল
এপাহি হাঁহি, এপাহি দুখ
তাৰেই সজাই তোলোঁ মুখ
বাংলা ঘৰে থাইকা ৰে দামান বাংলা লেখন লেখে আঁৰ বান্ধে
বাংলা লেখে, লেখে ৰে দামান কান্ধিয়া আস্তি কইছে আঁৰ বান্ধে
কোথায় ৰইলে, দৰদেৰ বাপ-মাও কান্ধিয়া আস্তি কইছে আঁৰ বান্ধে
থাকিমু কুনথি...
Written by: Diganta Bharati, Zubeen Garg
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...