音乐视频

RODALI TUMI (OFFICIAL VIDEO)| ZUBEEN GARG | RAJSHRI KALITA| PRIYAM PALLABEE| NEW ASSAMESE VIDEO SONG
观看 {artistName} 的 {trackName} 音乐视频

制作

出演艺人
Zubeen Garg
Zubeen Garg
表演者
Rajshri Kalita
Rajshri Kalita
表演者
作曲和作词
Palash Gogoi
Palash Gogoi
作曲
Hrituv Hazarika
Hrituv Hazarika
词曲作者

歌词

ৰ'দালি তুমি পুৱাৰে খিৰিকী-ফাঁকেৰে চুমাহি ফাগুনী প্ৰাণত আউলী-বাউলী সপোনৰ চানেকি বাঢ়িছে উলাহো বুকুতে নাচিছে জীৱনে হেঁপাহতে বাঢ়িছে উলাহো বুকুতে নাচিছে জীৱনে হেঁপাহতে মৰমৰ দলিচাখন সাৱটি লৈ ৰ'দালি তুমি পুৱাৰে খিৰিকী-ফাঁকেৰে চুমাহি ফাগুনী প্ৰাণত আউলী-বাউলী সপোনৰ চানেকি হেঁপাহ-জুনুকাতে শেৱালি-নেৱালী সপোন-সোণাৰুতে সোণালী বিজুলী সাজোন-কাচোন হৃদয়ত মৰমৰ শুকুলা ডাৱৰে আকাশতে উৰে কঁহুৱা-কঁহুৱা যেন আৱৰণে ধৰাতো সানিছে উমাল বৰণ বতাহৰ অমিয়া ভাষাত ভাললগা এটি কথাত হিয়াখন বাগৰে ৰ'দালি তুমি পুৱাৰে খিৰিকী-ফাঁকেৰে চুমাহি ফাগুনী প্ৰাণত আউলী-বাউলী সপোনৰ চানেকি শিমলু-পলাশৰ এই ৰঙা ৰঙে সেন্দুৰীয়া বাখৰ যেন কপালতে উঠিছে প্ৰাণতে অচিনা লহৰ অ', দুহাততে দুহাত, উশাহে-উশাহে ৰাঙলী মদাৰৰ ঢৌ বিৰিঙিলে সৰগী-সৰগী যেন-যেন সপোন বতাহৰ অমিয়া ভাষাত ভাললগা এটি-এটি কথাত হিয়াখন বাগৰে ৰ'দালি তুমি পুৱাৰে খিৰিকী-ফাঁকেৰে চুমাহি ফাগুনী প্ৰাণত আউলী-বাউলী সপোনৰ চানেকি
Writer(s): Hrituv Hazarika, Palash Gogoi Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out