音樂影片
音樂影片
積分
演出藝人
Bhupen Hazarika
指揮
Mridula Baruah
演員
Moloya Goswami
演員
Nipon Goswami
演員
Nutan
演員
詞曲
Bhupen Hazarika
作曲
歌詞
বিমূৰ্ত মোৰ নিশাটি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ
দূৰৰ আৰ্তনাদৰ নদীৰ ক্ৰন্দন কোনো ঘাটৰ
দূৰৰ আৰ্তনাদৰ নদীৰ ক্ৰন্দন কোনো ঘাটৰ
ভ্ৰূক্ষেপ নাই, লভিছোঁ মই আলিংগনৰ সাগৰ
আলিংগনৰ সাগৰ
আলিংগনৰ সাগৰ
Written by: Bhupen Hazarika