album cover
Maya
3,338
Assamese
Maya 由 N.K. Production 於 2018年9月1日發行,收錄於專輯《Golden Collection Of Zubeen, Vol. I》中
album cover
發行日期2018年9月1日
標籤N.K. Production
旋律
原聲音質
Valence
節奏感
輕快
BPM99

歌詞

মায়া
মায়া মাথোঁ মায়া
তুমি জানো সঁচা নে মৰমৰে মায়া?
মায়াভৰা দুচকু লৈ
হিয়াজুৰি আছাহি বৈ
দূৰণিৰে জোনাকী হৈ ৰ'লা কিয়?
মায়া
মায়া মাথোঁ মায়া
তুমি জানো সঁচা নে মৰমৰে মায়া?
সাগৰৰ দৰে গভীৰ তুমি অনা মৰমকে লৈ আছোঁ জীয়াই
দেহে-মনে আছা যদি বাৰে-বাৰে গুচি যোৱা মোক কিয় কন্দুৱাই?
নানিবাঁ সেমেকা ৰাতি
নেলাগে মোক সোঁৱৰণি
মায়া
মায়া মাথোঁ মায়া
তুমি জানো সঁচা নে মৰমৰে মায়া?
মায়াৱিনী সেই ৰাতি আহিছিলোঁ কাষলে' তোমাৰ দুঃখ হ'বলে'
হাঁহি হাঁহি সাৱটিলা অশ্ৰুভৰা অনুভূতিবোৰ মনত গোপনে
মৰমৰ মায়াৱী তৃষা
দিবহি মাথোঁ বেদনা
মায়া
মায়া মাথোঁ মায়া
তুমি জানো সঁচা নে মৰমৰে মায়া?
মায়াভৰা দুচকু লৈ
হিয়াজুৰি আছাহি বৈ
দূৰণিৰে জোনাকী হৈ ৰ'লা কিয়?
মায়া
মায়া মাথোঁ মায়া
তুমি জানো সঁচা নে মৰমৰে মায়া?
মায়া
মায়া মাথোঁ মায়া
মায়া
মায়া মাথোঁ মায়া
Written by: Zubeen Garg
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...