album cover
Juwar
album cover
Juwar 由 Eikhon Axom Hoi Bhai Media 於 2022年1月13日發行,收錄於專輯《Juwar - Single》中
2022年1月13日
標籤Eikhon Axom Hoi Bhai Media
BPM139
旋律
原聲音質
Valence
節奏感
輕快

音樂影片

音樂影片

歌詞

লিহিৰী দেহাতে জোৱাৰ আৱেগৰ
কিৰীলি বুকুতে তোমাৰ হেঁপাহৰ
লিহিৰী দেহাতে জোৱাৰ আৱেগৰ
কিৰীলি বুকুতে তোমাৰ হেঁপাহৰ
জুৰুলা কৰি মোক প্ৰেমৰ পৰশত
জগালা আশা মোৰ পুৱাৰ কিৰণত
লিহিৰী দেহাতে জোৱাৰ আৱেগৰ
কিৰীলি বুকুতে তোমাৰ হেঁপাহৰ
জুৰুলা কৰি মোক প্ৰেমৰ পৰশত
জগালা আশা মোৰ পুৱাৰ কিৰণত
চাই চাই ৰ'ম
চাই চাই ৰ'ম
দুচকুলে' তোমাৰেনো ৰ লাগি, ঐ
লগ হৈ ৰ'ম
নদ হৈ ব'ম
জীৱনৰে এঁকা-বেঁকা বাট বাবলৈ
চাই চাই ৰ'ম
চাই চাই ৰ'ম
দুচকুলে' তোমাৰেনো ৰ লাগি, ঐ
লগ হৈ ৰ'ম
নদ হৈ ব'ম
জীৱনৰে এঁকা-বেঁকা (বাট বাবলৈ)
অ', নেৰিবাঁ
হঠাতে হেৰালে হিয়া, মোৰ জোন
বুকুতে তোমাৰে মায়া
কথাতে-মৰমে জীয়া, মোৰ জোন
চকুৰে অবুজ ভাষা
সেমেকা ৰাতিতে কুঁৱলী-ফাঁকেৰে
তুমি দিয়াহি ধৰা
ৰঙা দুগালৰে অভিমানে ক'লে
তোমাৰে হিয়াৰে কথা
চাই চাই ৰ'ম
চাই চাই ৰ'ম
দুচকুলে' তোমাৰেনো ৰ লাগি, ঐ
লগ হৈ ৰ'ম
নদ হৈ ব'ম
জীৱনৰে এঁকা-বেঁকা বাট বাবলৈ
চাই চাই ৰ'ম
চাই চাই ৰ'ম
দুচকুলে' তোমাৰেনো ৰ লাগি, ঐ
লগ হৈ ৰ'ম
নদ হৈ ব'ম
জীৱনৰে এঁকা-বেঁকা (বাট বাবলৈ)
অ', নেৰিবাঁ
Written by: Prayttush Porashor, Rup
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...