音樂影片

Sannidhya Bhuyan x Aarxslan - Jakoruwa Moloya (feat. Mrityunjoy Kakati) (Official Music Video)
觀看 {artistName} 的 {trackName} 音樂影片

積分

出演艺人
Sannidhya Bhuyan
Sannidhya Bhuyan
主唱
Aarxslan
Aarxslan
采样器
Mrityunjoy Kakati
Mrityunjoy Kakati
伴唱
作曲和作词
Sannidhya Bhuyan
Sannidhya Bhuyan
作曲
Mrityunjoy Kakati
Mrityunjoy Kakati
词曲作者
制作和工程
Aarxslan
Aarxslan
制作人

歌詞

হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন-বাগৰা উলাহত মই আপোন-পাহৰা কত আশা জাগি উঠে তোমাক দেখিলে! কিনো হয় নজনাকে' কাষৰলে' আহিলে! (জাকৰুৱা মলয়াই কয় কথা, তুমি বিনে মই আধৰুৱা) জাকৰুৱা মলয়াই কয় কথা, তুমি বিনে মই আধৰুৱা জাকৰুৱা মলয়াই কয় কথা, তুমি বিনে মই আধৰুৱা আবতৰীয়া প্ৰেমৰ নানাৰঙী কথা মধুৰসুৰীয়া গীতৰ আলাপে ভৰা আকাশে দিয়ে এটি ঠিকনা সুবিশাল হৃদয়ৰে বাসনা তোমাক পোৱাৰ জাগে প্ৰেৰণা উশাহে-নিশাহে জানা! (জাকৰুৱা মলয়াই কয় কথা, তুমি বিনে মই আধৰুৱা) জাকৰুৱা মলয়াই কয় কথা, তুমি বিনে মই আধৰুৱা জাকৰুৱা মলয়াই কয় কথা, তুমি বিনে মই আধৰুৱা মনজ্যোৎস্না, yeah, yeah, whoa, oh-oh মনজ্যোৎস্না, whoa, oh-oh
Writer(s): Mrityunjoy Kakati, Sannidhya Bhuyan Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out