Music Video

BAHI BAHI | GOLDEN COLLECTION OF ZUBEEN GARG | ASSAMESE LYRICAL VIDEO SONG | BAHI
Watch {trackName} music video by {artistName}

Featured In

Credits

PERFORMING ARTISTS
Zubeen Garg
Zubeen Garg
Performer
COMPOSITION & LYRICS
Zubeen Garg
Zubeen Garg
Composer
PRODUCTION & ENGINEERING
NK PRODUCTION
NK PRODUCTION
Producer

Lyrics

বাঁহী বাঁহী বাঁহী তুমি বজামে মই আলফুলে লৈ বাঁহী বাঁহী বাঁহী তুমি সজামে মই হিয়াঁতে থৈ মোৰ এটি এটি সুৰে সুৰে বুকু ভৰি তুমি নাচিবা মোৰ ওঁঠৰ গোপন ভাষাত সেউজৰ চন্দ নমাবা বাঁহী বাঁহী বাঁহী তুমি বজামে মই আলফুলে লৈ গুণ গুণ গুণ গুণ ওঁঠৰে গান কেতিয়াকে শুনাবাহি ৰুণ জুণ ৰুণ জুণ নুপূৰ বজাই মনতে মোৰ সোমাবাহি চকুত কাজল পাগল পাগল চাৱনি লৈ মাৰিবাহি মোৰ এটি এটি সুৰে সুৰে বুকু ভৰি তুমি নাচিবা মোৰ ওঁঠৰ গোপন ভাষাত সেউজৰ চন্দ নমাবা বাঁহী বাঁহী বাঁহী তুমি বজামে মই আলফুলে লৈ লাহি লাহি আঙুলিৰে মোৰে হিয়াঁত চুই চোৱাহি চুমি চুমি কলিজাত মোৰ দিয়াহি মোৰ সপোন আঁকি শুই থকা উলাহত মোৰ কামনাৰে ৰং সানাহি মোৰ এটি এটি সুৰে সুৰে বুকু ভৰি তুমি নাচিবা মোৰ ওঁঠৰ গোপন ভাষাত সেউজৰ চন্দ নমাবা বাঁহী বাঁহী বাঁহী তুমি বজামে মই আলফুলে লৈ বাঁহী বাঁহী বাঁহী তুমি বজামে মই আলফুলে লৈ
Writer(s): Zubeen Garg Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out