Music Video

Uri Jai - Tanmoy Saikia & Tavreed (Official Release)
Watch {trackName} music video by {artistName}

Featured In

Credits

PERFORMING ARTISTS
Tavreed
Tavreed
Performer
Tanmoy Saikia
Tanmoy Saikia
Performer
COMPOSITION & LYRICS
Tavreed
Tavreed
Arranger
Dikshu Sharma
Dikshu Sharma
Composer
Tanmoy Saikia
Tanmoy Saikia
Lyrics
Bijiyeta Patgiri
Bijiyeta Patgiri
Lyrics

Lyrics

হিয়াতে সাঁচিছোঁ মৰম তোমালে' ল'বা নে নোলোৱা কোৱাঁ সঁচাকে' হিয়াতে সাঁচিছোঁ মৰম তোমালে' ল'বা নে নোলোৱা কোৱাঁ সঁচাকে' বুজিও নুবুজা ভাষা প্ৰেমৰে নোকোৱাকৈনো থাকোঁ মই কেনেকে'! উমাল বুকুতে মৰমবোৰ দিবলে' ৰৈ ৰৈ আছোঁ মই উৰি উৰি যায় মন উৰি উৰি যায় উৰি উৰি যায় তোমালে' উৰি উৰি যায় উৰি উৰি যায় মন উৰি উৰি যায় উৰি উৰি যায় তোমালে' উৰি উৰি যায় গাভৰু ছোৱালী, বাটলে' নোলাবাঁ ডেকাই দেখিলে জোকাব, বুজিছা? বিহুৰে বতৰত আহিবাঁ, ঐ, গামোচা দিবলৈ ঢোলৰে চাপৰত নাচিবানে কোৱাঁনা সঁচাকৈ (আজৈ) বিহুৰে বতৰত আহিবাঁ, ঐ, গামোচা দিবলৈ ঢোলৰে চাপৰত নাচিবানে কোৱাঁনা সঁচাকৈ সপোনতে হ'লেও এবাৰ আহিতো চোৱাঁনা উৰি উৰি যায় মন উৰি উৰি যায় উৰি উৰি যায় তোমালে' উৰি উৰি যায় উৰি উৰি যায় মন উৰি উৰি যায় উৰি উৰি যায় তোমালে' উৰি উৰি যায়
Writer(s): Tavreed Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out