Music Video

Music Video

Credits

COMPOSITION & LYRICS
Rohan Saikia
Rohan Saikia
Songwriter
Bohniman Aiyan
Bohniman Aiyan
Songwriter

Lyrics

তুমি হ'লা দূৰ
বুকুৰ হেজাৰ
ৰং আজি হেৰাল
সময়ো নিৰাশাৰ
নীৰৱ নিঠৰ এই গধুৰ ক্ষণৰ
সমুখত ৰৈ মই মৌন সাঁথৰ
দূৰৈৰ পৰা যেন আহিছে নামি
চিনাকী তোমাৰ হিয়াৰে ছবি
অচিনাকী দেশত তোমাক বিচাৰি পালো
স্মৃতিৰ বাটত তুমি দিঠক আজি সাৱতি ল'লো
তোমাক পালো এই অচিন দেশত
ঘূৰাই পালো মোৰ হেৰুৱা বাটক
জোনৰ দেশত দুটি সুৰৰ মিলন
হৃদয় জুৰুৱা প্ৰেমৰ লগন
নতুন পৃথিৱীৰ নতুন এই কাহিনীৰ
উমাল বুকুত সুখৰেই বুলনি
নিজান সৰগী মধুভৰা সময়
তুমি কাষত আজি পূৰ্ণ হৃদয়
জীৱন বাটৰ সিপাৰৰে খোজত
আছো তোমাৰে হৈ তোমাৰে মাজত
তোমাক পালো আজি তোমাক পালো
স্মৃতিৰ সৰগী সুৰ সাৱতি ল'লো
অচিনাকী দেশত তোমাক বিচাৰি পালো
স্মৃতিৰ বাটত তুমি দিঠক আজি সাৱতি ল'লো
Written by: Bohniman Aiyan, Rohan Saikia
instagramSharePathic_arrow_out

Loading...