album cover
Kune Ringiyai
album cover
Kune Ringiyai was released on October 9, 2015 by Biscoot Records LLP as a part of the album Golden Collection of Zubeen, Vol. 6
October 9, 2015
LabelBiscoot Records LLP
BPM64
Melodicness
Acousticness
Valence
Danceability
Energy

Music Video

Music Video

Lyrics

কোনে ৰিঙিয়াই মোৰ মন নচুৱায়?
কোনে কন্দুৱাই মোক আজি হঁহুৱায়?
মোৰ এই আকাশত কোনে জোন জ্বলায়?
মোৰ এই প্ৰাণতে কোনে বাঁহী বজায়?
তুমি-তুমি, তুমি মোৰ
তুমি-তুমি-তুমি-তুমি, তুমি মাথোঁ মোৰ
তুমি মোৰ
তুমি-তুমি-তুমি-তুমি-তুমি, তুমি মাথোঁ মোৰ
এন্ধাৰে-পোহৰে প্রতি খোজে-খোজে
দিশে-দিশে তোমাৰে সপোন
তুমি কথা ক'লে, তুমি হাঁহিলে
জাকে-জাকে ৰঙৰে প্লাৱন
হিয়াৰ এন্ধাৰ সাগৰত তুমি যেন এজাক ৰ'দালি
উশাহৰ বন্ধ সজাত মুকুতিৰ তুমি আবেলি
তুমি মোৰ
তুমি-তুমি-তুমি-তুমি, তুমি মাথোঁ মোৰ
তুমি মোৰ
তুমি-তুমি-তুমি-তুমি, তুমি মাথোঁ মোৰ
নিশাহে-উশাহে, ৰূপে-ৰসে-গানে
তুমি থাকা হাত বাউলি
ধুমুহাৰ সীমনাত তুমি প্ৰজাপতি
শান্তিৰে দুপাখি মেলি
তুমি সৃষ্টিৰ অনুভৱ, তুমি পোহৰৰ উপহাৰ
শেষ হ'ম মই তোমাতে, মৃত্যুৰো নাই অধিকাৰ
তুমি মোৰ
তুমি-তুমি-তুমি-তুমি, তুমি মাথোঁ মোৰ
তুমি মোৰ
তুমি-তুমি-তুমি-তুমি-তুমি, তুমি মাথোঁ মোৰ
তুমি মোৰ
তুমি-তুমি-তুমি-তুমি, তুমি মাথোঁ মোৰ
তুমি মোৰ
তুমি-তুমি-তুমি-তুমি-তুমি, তুমি মাথোঁ মোৰ
তুমি মোৰ
তুমি-তুমি-তুমি-তুমি, তুমি মাথোঁ মোৰ
তুমি মোৰ
তুমি-তুমি-তুমি-তুমি-তুমি
Written by: Zubeen Garg
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...