Music Video

Featured In

Listen to Motoliya - Single by Sannidhya Bhuyan & Aarxslan
ALBUMMotoliya - SingleSannidhya Bhuyan & Aarxslan

Credits

PERFORMING ARTISTS
Sannidhya Bhuyan
Sannidhya Bhuyan
Performer
Aarxslan
Aarxslan
Performer
COMPOSITION & LYRICS
Sannidhya Bhuyan
Sannidhya Bhuyan
Lyrics
Aarxslan
Aarxslan
Arranger

Lyrics

মিঠা মিঠা কথাৰে মন ওপচাই লাজুকী চাৱনিৰে বেথা পাহৰাই হৃদয়লে' অহা-যোৱা কৰা সঘনাই মিঠা মিঠা কথাৰে মন ওপচাই লাজুকী চাৱনিৰে বেথা পাহৰাই হৃদয়লে' অহা-যোৱা কৰা সঘনাই মোৰ হৃদয়ে নাচিছে আজি উলাহতে বিচাৰে তোমাক সদায় কাষৰতে মতলীয়া এই মন আজি তোমাতে মগন প্ৰতিদিন-প্ৰতিনিশা ভাবে তোমাৰ কথাকে মোৰ হৃদয়ে নাচিছে আজি উলাহতে বিচাৰে তোমাক সদায় কাষৰতে মতলীয়া এই মন আজি তোমাতে মগন প্ৰতিদিন-প্ৰতিনিশা ভাবে তোমাৰ কথাকে ফাগুনৰ উতনুৱা এই পছোৱাই অজানিতে তোমাৰেই বাতৰি বিলায় ভাগৰুৱা হৃদয়ৰ দুখ পাহৰায় হৃদয় জুৰোৱা তোমাৰ এই দুনয়নে প্ৰণয়ৰ ৰং সানে গোপনে গোপনে দুটি প্ৰাণৰ মিলন হ'ল মধুৰ লগন মোৰ জীৱন জীপাল কৰে তোমাৰ আগমনে হৃদয় জুৰোৱা তোমাৰ এই দুনয়নে প্ৰণয়ৰ ৰং সানে গোপনে গোপনে দুটি প্ৰাণৰ মিলন হ'ল মধুৰ লগন মোৰ জীৱন জীপাল কৰে তোমাৰ আগমনে
Writer(s): Aarxslan Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out