Music Video

Tumi Mur || Parthajyoti Baruah || Official Video
Watch {trackName} music video by {artistName}

Credits

PERFORMING ARTISTS
Parthajyoti Baruah
Parthajyoti Baruah
Performer
COMPOSITION & LYRICS
Parthajyoti Baruah
Parthajyoti Baruah
Composer
Deepmoina Maut
Deepmoina Maut
Lyrics
Monjit Gogoi
Monjit Gogoi
Lyrics

Lyrics

তুমি মাথোঁ মোৰ হৈ ৰোৱা নামি অহা এটি সন্ধিয়া পহৰ তুমি প্ৰতি পোৱাৰ ৰং সানা ভাল পোৱাৰ অ আলসুঁৱা মন মোৰ উৰি যায় বহু দূৰ তুমি মোৰ গীতৰ সুৰ হবা নে মাথোঁ মোৰ তোমাতে সঁপিলোঁ মোৰেই জীৱনতো তুমি তুমি অ জান ঐ মোৰ জান ঐ তোমাৰ চকু জুৰি হৰিণী চকু যেন পদুমৰ ঠাৰি যেন হাত তোমাৰ গাল দুখনি সেন্দুৰী আম যেন বীণ যেন মুখৰে মাত কোন জন ঈশ্বৰে তোমাক সৰজিলে সোণ-ৰূপ মিহলি কৰি সেইজন ঈশ্বৰে মোকো সৰজিলে গোবৰ মাটি মিহলি কৰি ঐ হাঁহে হৈ চৰিম গৈ তোমাৰে পুখুৰীত পাৰ হৈ পাৰিম গৈ ছালত মাখি ৰূপে ধৰি চুমা দি আহিম গৈ তোমাৰে কুমলীয়া গালত ঐ হাঁহে হৈ চৰিম গৈ তোমাৰে পুখুৰীত পাৰ হৈ পাৰিম গৈ ছালত মাখি ৰূপে ধৰি চুমা দি আহিম গৈ তোমাৰে কুমলীয়া গালত ঐ বাপেৰেও নিদিলে তোমাকে আনিম গৈ ভঙা কৈ চাইকেল খনত কুকুৰে ভুকিব বাপেৰেও খেদিব দুৱাৰ দাং তুলিলৈ হাতত
Writer(s): Parthajyoti Baruah Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out