album cover
Xewali
301
Indian Pop
Xewali was released on April 14, 2021 by Regional Music Centre as a part of the album Xewali - Single
album cover
Release DateApril 14, 2021
LabelRegional Music Centre
Melodicness
Acousticness
Valence
Danceability
Energy
BPM

Music Video

Music Video

Credits

PERFORMING ARTISTS
WhileWeWonder
WhileWeWonder
Lead Vocals
Tuhin Handique
Tuhin Handique
Lead Vocals
Bahneman Saikia
Bahneman Saikia
Lead Vocals
COMPOSITION & LYRICS
Tuhin Handique
Tuhin Handique
Songwriter
Bahneman Saikia
Bahneman Saikia
Songwriter

Lyrics

এটা চিৰযুগমীয়া কবিতাৰ প্ৰাণ তুমি
আধালিখা বেদনাৰ গান তুমি
ল'ৰালি কালৰ পখিলাৰ ৰংখিনি
ক'লৈ যোৱা মোৰ জীৱনত সিঁচি
আহিবা জানো দেহা লৈ শৰতৰ শেৱালী
মই নদী তুমি সাগৰ
মনৰ কাষত চকুৰ আঁতৰ
খিৰিকীৰ বাহিৰত কোনোবাই ৰিঙিয়াই মাতিছে
জোনাকী পৰুৱাই তোমাক নিব আহিছে
বকুল ফুলেও তোমাক দেখা নাপায়
মনত আঘাত পাই যায় মৰহি
আহিবা জানো দেহা লৈ শৰতৰ শেৱালী
আহিবা জানো দেহা লৈ শৰতৰ শেৱালী
Hmmm Hmmm Hmmm
Written by: Bahneman Saikia, Tuhin Handique, WhileWeWonder
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...