album cover
Saaki
135
Indian Pop
Saaki was released on November 20, 2020 by Regional Music Centre as a part of the album Saaki - Single
album cover
Release DateNovember 20, 2020
LabelRegional Music Centre
Melodicness
Acousticness
Valence
Danceability
Energy
BPM

Credits

PERFORMING ARTISTS
WhileWeWonder
WhileWeWonder
Lead Vocals
Tuhin Handique
Tuhin Handique
Lead Vocals
COMPOSITION & LYRICS
WhileWeWonder
WhileWeWonder
Songwriter
PRODUCTION & ENGINEERING
WhileWeWonder
WhileWeWonder
Producer

Lyrics

মাজৰাতি কোনে বজাই
ইমান কৰুণ সুৰ এটি
কাৰ মনত ইমান বিষাদ?
জোনাকী ৰাতিতো অমানিশা
কোনোবাই চাগে কাৰোবাৰ বাট চাই
গুণগুণাই গুণগুণাই
কাৰোবাৰ চাগে সকলো থাকিও
আজি দেখো একোৱেই নাই
কোনে আহি এন্ধাৰ নাশি
জ্বলাব এগচি চাকি?
তোমালৈ বাট চাই ৰাতিপুৱায়
শীতৰ সেমেকা ৰাতি
আহিবা জানো পোহৰ কঢ়িয়াই
চিঞৰ-বাখৰ উখল-মাখল
এৰি বিচাৰি ফুৰে সি মৌনতা
মাথো আজি নিজানত বহি
সি গুণগুণাই মনৰ বেথা
জানোচা আহি মিচিকিয়াই হাঁহি
জ্বলাব এগচি চাকি
Written by: WhileWeWonder
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...