album cover
Puwar Haahi
3
Assamese
Puwar Haahi was released on August 10, 2023 by Gitanjali Das as a part of the album Puwar Haahi - Single
album cover
Release DateAugust 10, 2023
LabelGitanjali Das
Melodicness
Acousticness
Valence
Danceability
Energy
BPM84

Credits

PERFORMING ARTISTS
Gitanjali Das
Gitanjali Das
Performer
COMPOSITION & LYRICS
Palash Surya Gogoi
Palash Surya Gogoi
Songwriter

Lyrics

আ..আ…
আ…আ…আ…
আ…আ…আ…
আ…আ…আ…
পুৱাৰ হাঁহিটিয়ে মাতিছে এবাৰ
তাতেই সপোন সৰে হেজাৰ বিজাৰ
ৰ’দৰ পোহৰে খিৰিকি চুমি
মাতিছে এবাৰ মাতিছে এবাৰ মাতিছে এবাৰ
পুৱাৰ হাঁহিটিয়ে মাতিছে এবাৰ
তাতেই সপোন সৰে হেজাৰ বিজাৰ
নদী যি বাটেৰে যোৱা
সাগৰ বিচাৰি পোৱা
ও…নদী যি বাটেৰে যোৱা
সাগৰ বিচাৰি পোৱা
চকুৰ পলক মোৰ তোমালৈয়ে বাট চাই ৰয়
দুহাত মেলি শিকলি ছিঙি
চিলাৰ দৰে মোৰো মন যায় আকাশ চুৱাৰ
পুৱাৰ হাঁহিটিয়ে মাতিছে এবাৰ
তাতেই সপোন সৰে হেজাৰ বিজাৰ
ফাগুন পলাশেৰে ধোৱা
তাতে মোক ভিজিবলে দিয়া
ও…ফাগুন পলাশেৰে ধোৱা
তাতে মোক ভিজিবলে দিয়া
চকুৰ পলক মোৰ তোমালৈয়ে বাট চাই ৰয়
দুহাত মেলি শিকলি ছিঙি
চিলাৰ দৰে মোৰো মন যায় আকাশ চুৱাৰ
পুৱাৰ হাঁহিটিয়ে মাতিছে এবাৰ
তাতেই সপোন দেখো হেজাৰ বিজাৰ
Written by: Palash Surya Gogoi
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...