album cover
Kopahi
256
Assamese
Kopahi was released on December 9, 2023 by Gitanjali Das as a part of the album Kopahi - Single
album cover
Release DateDecember 9, 2023
LabelGitanjali Das
Melodicness
Acousticness
Valence
Danceability
Energy
BPM96

Credits

PERFORMING ARTISTS
Gitanjali Das
Gitanjali Das
Performer
Tarun Tanmoy
Tarun Tanmoy
Music Director
COMPOSITION & LYRICS
Tarun Tanmoy
Tarun Tanmoy
Composer
Paplu Chetia
Paplu Chetia
Songwriter

Lyrics

কঁপাহী মোৰ আৱেগত
প্ৰেমৰ জোৱাৰ উঠে,
লাজতে দুগালত
ৰঙা বেলি ফুটে,
এই সঘনে দুচকুত
তোৰেই ছবি ভাহে,
সাৱটি লম বুকুতে
তোক মৰম কৰিবলে
চায় চায় চায় তোকে
সময় উৰি যায়
তই তই তই কিয়
বুজি পোৱা নাই,
আবেলি গধূলি
থমকি পদূলিত
ঘনে ঘনে ঘনে উমান লব'লৈ
ৰৈ ৰৈ থাকোঁ চায় ৷
শিৰে শিৰে শিপালি
হিয়াতে ঠাই ল'লিহি
নিগাজীকৈ সোমালি বুকুতে এ……
আলসুৱা মৰমবোৰ
তোলৈকে সাচিছোঁ
কাষতে পাই দিবলে তোক এ……
চায় চায় চায় তোকে
সময় উৰি যায়
তই তই তই কিয়
বুজি পোৱা নাই,
আবেলি গধূলি
থমকি পদূলিত
ঘনে ঘনে ঘনে উমান লব'লৈ
ৰৈ ৰৈ থাকোঁ চায়।
আধালিখা কাহিনীৰ
তইয়েতো জীৱনী
ভাবি ভাবি পাৰ হয় ৰাতি
বাগৰি বাগৰি
ভাৱনাবোৰ সামৰি
তোৰে সতে থাকিম উমলি
চায় চায় চায় তোকে
সময় উৰি যায়
তই তই তই কিয়
বুজি পোৱা নাই,
আবেলি গধূলি
থমকি পদূলিত
ঘনে ঘনে ঘনে উমান লব'লৈ
ৰৈ ৰৈ থাকোঁ চায়।
Written by: Paplu Chetia, Tarun Tanmoy
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...