Music Video

Boie Jai (OFFICIAL VIDEO)- Amarendra & Shawn Dex | Nitupam | Amlan | Bornil | TYPHOON | Pranjit
Watch {trackName} music video by {artistName}

Featured In

Credits

PERFORMING ARTISTS
Amarendra Kalita
Amarendra Kalita
Performer
Shawn Dex
Shawn Dex
Performer
COMPOSITION & LYRICS
Amarendra Kalita
Amarendra Kalita
Lyrics
Shawn Dex
Shawn Dex
Arranger
Pranjit Hazarika
Pranjit Hazarika
Lyrics
PRODUCTION & ENGINEERING
CLAPBY
CLAPBY
Producer

Lyrics

বৈয়ে যায় মায়া সানি তাই উভতি বাৰে বাৰে চায় কৈয়ে যায় কাণে-কাণে তাই হৃদয়ৰ ঠিকনা দি যায় তুমি আঁকা ফাগুনৰ দৰে মোক পলাশৰ ৰঙেৰে তুমি ঢাকা আঘোণৰ দৰে নিয়ৰৰ চাদৰেৰে ডাৱৰে আহি দিয়েহি তোমাৰে বতৰাবোৰ, অ' উকা সপোনৰ আকাশত দিয়ে বৰষাৰ সুৰ দুপৰৰ চেঁচা বতাহ হৈ উৰুৱাই উদাসী মন অজানিতে আহি দিয়াহি মৰমৰ প্ৰতিটো ক্ষণ মনৰে কথাবোৰ মনতে সাঁচিলোঁ অধীৰ হিয়া তোমাক ক'বলে' উকা জীৱনৰে অযুত ভাৱনাই বিচাৰি ফুৰে তোমাক পাবলে' ফাগুনৰ দৰে মোক পলাশৰ ৰঙেৰে তুমি ঢাকা আঘোণৰ দৰে নিয়ৰৰ চাদৰেৰে
Writer(s): Shwan Dex Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out